পোষ্ট কৰা হৈছে:
14 FEB 2024 11:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বাগদানা আশ্ৰম’ৰ মঞ্জী দাদাৰ মৃত্যুত শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"বাগদানাৰ গুৰু আশ্ৰমৰ পূজ্য মঞ্জীদাদাৰ মৃত্যুৰ খবৰ পায় ব্যথিত হৈছো। সমাজসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
ঈশ্বৰে বিদেহ আত্মাক শান্তি আৰু শোকসন্তপ্ত অনুগামীসকলক সান্ত্বনা দিয়ক।
ওম শান্তি...!।"
***
DS/RT/KB