গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে গণতন্ত্ৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে
মই স্বাধীনতা সংগ্ৰামী, সংবিধান প্ৰণেতা আৰু বীৰ জোৱানসকলক প্ৰণাম জনাইছোঁ, যিসকলে ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ বাবে প্ৰাণ দিছিল
আহক আমি সকলোৱে আমাৰ গণতান্ত্ৰিক মূল্যবোধক সুৰক্ষিত কৰোঁ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত গঢ়ি তোলাৰ সংকল্প সাকাৰ কৰাত অৰিহণা যোগাওঁ
प्रविष्टि तिथि:
26 JAN 2024 7:25PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে গণতন্ত্ৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
এক্স প্লেটফৰ্মত এক পোষ্টযোগে শ্ৰী অমিত শ্বাহে স্বাধীনতা সংগ্ৰামী, সংবিধান প্ৰণেতা আৰু বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে, যিসকলে ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ বাবে প্ৰাণ দিছিল। তেওঁ কয় যে আহক আমি সকলোৱে আমাৰ গণতান্ত্ৰিক মূল্যবোধক সুৰক্ষিত কৰোঁ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত গঢ়ি তোলাৰ সংকল্প সাকাৰ কৰাত অৰিহণা যোগাওঁ।
*************************
RK / RR / AK/KG
(रिलीज़ आईडी: 2000165)
आगंतुक पटल : 107