অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

কৃষি উদান আঁচনিৰ অধীনত সামৰি লৈছে ৫৮ টা বিমানবন্দৰ

২৫ টা বিমানবন্দৰে উত্তৰ-পূব, পাহাৰীয়া আৰু জনজাতীয় অঞ্চলৰ ওপৰত গুৰুত্ব দিয়ে, ৩৩ টা অন্যান্য ৰাজ্য/অঞ্চলত

Posted On: 11 DEC 2023 2:26PM by PIB Guwahati

কৃষি উদান আঁচনি ২০২০ চনৰ আগষ্টত আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পথত আৰম্ভ কৰা হৈছিল যাতে কৃষকসকলক তেওঁলোকৰ মূল্য প্ৰাপ্তি উন্নত কৰাত সহায় কৰিবলৈ কৃষিজাত সামগ্ৰী পৰিবহনত সহায় কৰিব পাৰি। কৃষি উদান আঁচনি ২.০ ২০২১ চনৰ ২৭ অক্টোবৰ তাৰিখে ঘোষণা কৰা হৈছিল, মুখ্যতঃ পাহাৰীয়া অঞ্চল, উত্তৰ-পূব ৰাজ্য আৰু জনজাতীয় অঞ্চলৰ পৰা পচনশীল খাদ্য সামগ্ৰী পৰিবহনৰ ওপৰত গুৰুত্ব দিয়া। আঁচনিখনে মুখ্যতঃ উত্তৰ-পূব, পাহাৰীয়া আৰু জনজাতীয় অঞ্চলৰ ওপৰত গুৰুত্ব দিয়া ২৫ টা বিমানবন্দৰক সামৰি লোৱা হৈছে আৰু লগতে অন্যান্য ৰাজ্য/অঞ্চলৰ ৩৩ টা বিমানবন্দৰ সামৰি লোৱা হৈছে।

কৃষি উদান আঁচনি হৈছে এক এক সন্মিলন আঁচনি য'ত আঠটা মন্ত্ৰালয়/বিভাগ যেনে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়, কৃষি আৰু কৃষক কল্যাণ বিভাগ, পশুপালন আৰু দুগ্ধ বিভাগ, মীন পালন বিভাগ, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়, বাণিজ্য বিভাগ, জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়, উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে কৃষি-উৎপাদিত সামগ্ৰী পৰিবহনৰ বাবে লজিষ্টিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ বিদ্যমান আঁচনিসমূহ ব্যৱহাৰ কৰিব।

বিমান পৰিবহনৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ চলাচল সহজ আৰু উৎসাহিত কৰাৰ বাবে, ভাৰতীয় বিমান প্ৰাধিকৰনৰ (এএআই) নিৰ্বাচিত বিমানবন্দৰত ভাৰতীয় মালবাহী সামগ্ৰীৰ বাবে আঁচনিৰ অধীনত অৱতৰণ মাচুল, পাৰ্কিং মাচুল আদি প্ৰদান কৰা হয়।

কৃষি উদান আঁচনিৰ অধীনত অন্তৰ্ভুক্ত ৫৮ টা বিমানবন্দৰৰ ৰাজ্য অনুসৰি তালিকা খন পৰিশিষ্টত আছে।

পৰিশিষ্ট

কৃষিউদান আঁচনিৰ অধীনত অন্তৰ্ভুক্ত বিমানবন্দৰৰ ৰাজ্য অনুসৰি তালিকা

 

 

 ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

বিমানবন্দৰ

আন্দামান আৰু নিকোবৰ

  1. পোৰ্ট ব্লেয়াৰ

অন্ধ্ৰ প্ৰদেশ

  1. বিশাখাপট্টনম

অৰুণাচল প্ৰদেশ

  1. তেজু

অসম

 

 

 

 

  1. Dibrugarh
  1. যোৰহাট
  1. লিলাবাৰী
  1. ৰূপসী
  1. শিলচৰ
  1. তেজপুৰ

বিহাৰ

  1. পাটনা
  1. দৰভাঙ্গা

চণ্ডিগড়

  1. চণ্ডিগড়

ছত্তীশগড়

  1. ৰায়পুৰ

গোৱা

  1. গোৱা

গুজৰাট

  1. ভুজ
  1. জামনগৰ
  1. ৰাজকোট

হিমাচল প্ৰদেশ
 

 

  1. ভুন্তাৰ
  1. গগল
  1. চিমলা

জম্মু আৰু কাশ্মীৰ
 

  1. জম্মু
  1. শ্ৰীনগৰ

ঝাৰখণ্ড

  1. ৰাঁচী

কৰ্ণাটক

  1. বেলাগাভি

কেৰালা

  1. তিৰুৱন্তপুৰম

লাডাখ

  1. লেহ

লক্ষদ্বীপ

  1. আগাটি

মধ্য প্ৰদেশ

  1. ইন্দোৰ
  1. ভূপাল
  1. জবলপুৰ

মহাৰাষ্ট্ৰ

  1. নাচিক
  1. পুনে

মণিপুৰ

  1. ইম্ফল

মেঘালয়

  1. শ্বিলং

মিজোৰাম

  1. লেংপুই

নাগালেণ্ড

  1. ডিমাপুৰ

উৰিশ্যা

  1. ঝাৰচুগুড়া

পঞ্জাৱ

  1. আদামপুৰ
  1. অমৃতসৰ
  1. পাঠানকোট

ৰাজস্থান

  1. জইশলমাৰ

 

  1. যোধপুৰ

Sikkim

  1. Pakyong

Tamil Nadu

  1. Coimbatore

 

  1. Tiruchirappalli

Tripura

  1. Agartala

Uttar Pradesh

  1. Agra

 

  1. Bareli

 

  1. Gorakhpur

 

  1. Hindon

 

  1. Kanpur

 

  1. Prayagraj

 

  1. Varanasi

Uttarakhand

 

 

  1. Dehradun
  1. Pantnagar
  1. Pithoragarh

West Bengal

  1. Bagdogra

 

  1. Kolkata

 

 

 

আজি ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল (ড০) ভি কে সিঙে (অৱসৰপ্ৰাপ্ত) এই তথ্য প্ৰদান কৰে।



(Release ID: 1988617) Visitor Counter : 71