প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওমানৰ চুলতানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
16 DEC 2023 9:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত দুয়োগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু তাৰিকে বাণিজ্য, সংস্কৃতি, প্ৰতিৰক্ষা, উদ্ভাৱন আৰু আন বহু ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"ওমানৰ মহামান্য চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক উৎকৃষ্ট বৈঠকত মিলিত হওঁ। দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰি আমি বাণিজ্য, সংস্কৃতি, প্ৰতিৰক্ষা, উদ্ভাৱন আৰু আন বহু ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰোঁ।"
****************
DS/RT/KG
(ৰিলিজ আই ডি : 1987615)
অতিথি কক্ষ : 115
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam