প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী অৰুণ ছাও আৰু শ্ৰী বিজয় শৰ্মাকো অভিনন্দন
प्रविष्टि तिथि:
13 DEC 2023 6:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন জনাইছে৷ শ্ৰী মোদীয়ে লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী অৰুণ ছাও আৰু শ্ৰী বিজয় শৰ্মাকো অভিনন্দন জনাইছে৷
টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰী বিষ্ণু দেও ছাই আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী অৰুণ ছাও আৰু শ্ৰী বিজয় শৰ্মাক বহুত বহুত শুভকামনা জনাইছো৷ মোৰ দৃঢ় বিশ্বাস যে সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ এই ৰাজ্যখনত বিজেপি চৰকাৰে আশা-আকাংক্ষা পুৰণ কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি যাব৷ ৰাজ্যবাসীৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি অনাৰ বাবে ডাবল ইঞ্জিন চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ৷@vishnudsai @ArunSao3”
*********
DS/ST/DB
(रिलीज़ आईडी: 1986140)
आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam