প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঝাৰখণ্ডৰ ৰাঁচীত ‘ভগৱান’ বিৰচা মুণ্ডা স্মাৰক উদ্যান তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
15 NOV 2023 2:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীস্থিত ‘ভগৱান’ বিৰচা মুণ্ডা স্মাৰক উদ্যান তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ পৰিদৰ্শন কৰে। শ্ৰী মোদীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"ৰাঁচীৰ ‘ভগৱান’ বিৰচা মুণ্ডা সংগ্ৰহালয়’লৈ গৈ তেওঁলৈ পুষ্পাঞ্জলি অৰ্পণ কৰো। "
প্ৰধানমন্ত্ৰীৰ সৈতে ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত সোৰেণ আৰু কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা উপস্থিত আছিল।
***
DS/TS/KB
(रिलीज़ आईडी: 1977081)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam