প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৰকাৰী আঁচনিসমূহে দেৱালীত প্ৰতিঘৰ গৃহস্থীতে সুখৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
10 NOV 2023 3:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী আঁচনিসমূহে দেৱালীত প্ৰতিঘৰ গৃহস্থীতে সুখৰ সঞ্চাৰ কৰাত সন্তোষ প্ৰকাশ কৰে।
মাই গভ ইণ্ডিয়া (MyGovIndia) এক্স হেণ্ডেলে পিএম আৱাস যোজনা, উজ্জ্বলা যোজনা, পিএম কিষাণ সন্মান নিধি যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, আয়ুষ্মান ভাৰত যোজনা, ইউপিআই ডিজিটেল পেমেন্ট, ষ্টাৰ্ট আপ ইণ্ডিয়া আদি আঁচনিসমূহৰ লাভা-লাভৰাজি সম্পৰ্কে অৱগতকৰণেৰে এটি ভিডিঅ’ প’ষ্ট কৰিছে।
মাই গভ ইণ্ডিয়াৰ এক্স প’ষ্টটোলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“আজি দেৱালী উৎসৱত দেশৰ প্ৰতিঘৰ গৃহস্থী আমাৰ জনকল্যাণমূলক আঁচনিসমূহেৰে আলোকিত হোৱাত মই অত্যন্ত সন্তোষ পাইছোঁ। #VocalForLocal”
********
DS/ST/SB
(ৰিলিজ আই ডি : 1976169)
অতিথি কক্ষ : 141
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada