প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাল্মীকী জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 OCT 2023 10:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাল্মীকী জয়ন্তীৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক সমতা আৰু সদিচ্ছা সম্পৰ্কে মহৰ্ষি বাল্মিকীৰ চিন্তাধাৰাই এতিয়াও সমাজখনক পথ প্ৰদৰ্শন কৰি আছে৷ এই বাৰ্তাৰ যোগেদি তেওঁ সদায় আমাৰ সভ্যতা আৰু সাংস্কৃতিক যুগৰ এক অমূল্য ঐতিহ্য হৈ থাকিব বুলি শ্ৰী মোদীয়ে কয়৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“দেশবাসীক বাল্মীকী জয়ন্তীৰ অনন্ত শুভকামনা জনাইছো৷ সামাজিক সমতা আৰু সদিচ্ছাৰ সৈতে জড়িত তেওঁৰ বহুমূলীয়া চিন্তাধাৰাই ভাৰতীয় সমাজখনক এতিয়া পদ প্ৰদৰ্শন কৰি আছে। মানৱতাৰ প্ৰতি তেওঁৰ বাৰ্তাৰ জৰিয়তে তেওঁ যুগ যুগ ধৰি আমাৰ সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য ঐতিহ্য হৈ থাকিব।”
**********
DS/DB
(रिलीज़ आईडी: 1972689)
आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam