প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছৰ ক্লাব থ্ৰ'–এফ৫১ ইভেণ্টত সোণৰ পদক জয় কৰা প্ৰণৱ সূৰমাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 OCT 2023 5:26PM by PIB Guwahati

চীনত হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ ক্লাব থ্ৰ'–এফ৫১ ইভেণ্টত সোণৰ পদক জয় কৰা প্ৰণৱ সূৰমাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

“ক্লাব থ্ৰ’-এফ৫১ এছিয়ান পেৰা গেমছ ইভেণ্টত সোণৰ পদক জয়ৰ বাবে প্ৰণৱ সূৰমালৈ অভিনন্দন। তেওঁৰ দৃঢ়তা আৰু দক্ষতাই ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ সফলতাৰ নতুন উচ্চতালৈ আগুৱাই যাওক।”

***

DS/TS/MS


(रिलीज़ आईडी: 1971744) आगंतुक पटल : 91
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam