প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৃষিত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত অধ্যাপক এম এছ স্বামীনাথনৰ অৰিহণাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ভাব ব্যক্ত কৰে

Posted On: 07 OCT 2023 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষিৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত অধ্যাপক এম এছ স্বামীনাথনৰ অৰিহণাৰ বিষয়ে লিখি নিজৰ ভাব ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"কৃষিৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত এম এছ স্বামীনাথনৰ অমলিন অৰিহণাৰ বিষয়ে কিছু ভাবনা লিখা হৈছে। আমাৰ কৃষকসকলৰ সমৃদ্ধিৰ বাবে তেওঁ বহু কাম কৰিছিল।"

**********

 

 

DS/TS



(Release ID: 1965627) Visitor Counter : 62