প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
02 OCT 2023 3:14PM by PIB Guwahati
আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাজঘাটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেখেতে এক্সত এইদৰে কয়ঃ
"আজি পুৱাই ৰাজঘাটত গান্ধী জীলৈ শ্ৰদ্ধা নিবেদন কৰোঁ।"
***
(रिलीज़ आईडी: 1963886)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam