প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ব্যক্তিগত গল্ফ প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অদিতি অশোকক প্ৰশংসা কৰে

प्रविष्टि तिथि: 01 OCT 2023 8:16PM by PIB Guwahati

‘এছিয়ান গে’মছ’ত অদিতি অশোকে ‘মহিলাৰ ব্যক্তিগত গল্ফ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়;

"এছিয়ান গে’মছত মহিলাৰ ব্যক্তিগত @aditigolf প্ৰতিযোগিতাত সন্মানীয় ৰূপৰ পদক অৰ্জন কৰাত উৎফুল্লিত হৈছো। তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠা নিতান্তই প্ৰশংসনীয়। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলৈ শুভকামনা জনাইছো।"

***

DS/ST/KB


(रिलीज़ आईडी: 1963443) आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam