প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 SEP 2023 9:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

শ্ৰী মোদীয়ে কয় যে ভাৰত মাতৃৰ সেৱাত সমগ্ৰ জীৱন উৎসৰ্গা কৰা অন্ত্যোদয়াৰ প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।

প্ৰধানমন্ত্ৰীয়ে লগতে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰা শ্বেয়াৰ কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰত মাতৃৰ সেৱাত সমগ্ৰ জীৱন উৎসৰ্গা কৰা অন্ত্যোদয়াৰ প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব৷ তেওঁ জয়ন্তী উপলক্ষে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো৷”

 

मां भारती की सेवा में जीवनपर्यंत समर्पित रहे अंत्योदय के प्रणेता पंडित दीनदयाल उपाध्याय जी का व्यक्तित्व और कृतित्व देशवासियों के लिए हमेशा प्रेरणास्रोत बना रहेगा। उनकी जन्म-जयंती पर उन्हें मेरा सादर नमन। pic.twitter.com/2UvRlSaEF2

— Narendra Modi (@narendramodi) September 25, 2023

 

********

DS/ST/DB


(ৰিলিজ আই ডি : 1961634) অতিথি কক্ষ : 151