ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিযুক্তি

পোষ্ট কৰা হৈছে: 14 SEP 2023 4:40PM by PIB Guwahati

ভাৰতীয় নিৰ্বাচন আয়োগে আইএএছ শ্ৰীমতী পদ্মিনী সিংলাৰ স্থানত অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তিৰ বাবে আইএএছ (এজিএমইউটি:২০০৫) শ্ৰী পৱন কুমাৰ চাইনৰ নাম অনুমোদন জনাইছে।

অধিক জানিবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক

*****


(ৰিলিজ আই ডি : 1957523) অতিথি কক্ষ : 143
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Telugu