প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘স্বাধীনতা দিৱস’ত সকলোলৈকে শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 AUG 2023 6:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বাধীনতা দিৱস’ উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ‘অমৃত কাল’ৰ সময়ছোৱাত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ শক্তিশালী কৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো। এই ঐতিহাসিক উপলক্ষত আমি অমৃতকালত উন্নত ভাৰতৰ সংকল্পক অধিক শক্তিশালী কৰোঁ আহক। জয় হিন্দ!

স্বাধীনতা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহান স্বাধীনতা সংগ্ৰামীসকললৈ আমি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছোঁ আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিছোঁ। জয় হিন্দ!"

 

आप सभी को स्वतंत्रता दिवस की अनेकानेक शुभकामनाएं। आइए, इस ऐतिहासिक अवसर पर अमृतकाल में विकसित भारत के संकल्प को और सशक्त बनाएं। जय हिंद!

Best wishes on Independence Day. We pay homage to our great freedom fighters and reaffirm our commitment to fulfilling their vision. Jai Hind!

— Narendra Modi (@narendramodi) August 15, 2023

 

***



(Release ID: 1949216) Visitor Counter : 90