গৃহ মন্ত্ৰালয়

অনুসন্ধানত উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰা সকললৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদক, ২০২৩

Posted On: 12 AUG 2023 10:37AM by PIB Guwahati

"অনুসন্ধানত উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰা সকললৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদক" ২০২৩ বৰ্ষত ১৪০ গৰাকী আৰক্ষী কৰ্মীক প্ৰদান কৰা হৈছে (তালিকা সংলগ্ন)।

এই পদক প্ৰদানৰ প্ৰথা ২০১৮ চনত সূচনা কৰা হৈছিল। অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত উচ্চ মানৰ পেছাদাৰিত্বক উত্সাহিত কৰাৰ লগতে অনুসন্ধানৰ ক্ষেত্ৰখনত এনে উৎকৃষ্টতাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যেই এই পদক প্ৰদানৰ দিহা কৰা হৈছিল। এই পদক প্ৰতি বছৰে ১২ আগষ্টত ঘোষণা কৰা হয়।

এই বঁটা লাভ কৰা কৰ্মচাৰীসকলৰ ভিতৰত ১৫ গৰাকী ‘চিবিআই’-ৰ, ১২ গৰাকী ‘এনআইএ’-ৰ, ১০ গৰাকী উত্তৰ প্ৰদেশৰ, ০৯ গৰাকী কেৰালা আৰু ৰাজস্থানৰ, ০৮ গৰাকী তামিলনাডুৰ, ০৭ গৰাকী মধ্য প্ৰদেশৰ আৰু ০৬ গৰাকী গুজৰাটৰ আৰু বাকীসকল আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/সংস্থাৰ। ইয়াৰ ভিতৰত আছে ২২ গৰাকী মহিলা আৰক্ষী বিষয়া।

 

"২০২৩ বৰ্ষৰ তদন্তত উৎকৃষ্টতাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদক" প্ৰদান কৰা বিষয়াসকলৰ নাম তালিকা।

 

ক্ৰমিক নং

নাম তথা পদবী

ৰাজ্যৰ নাম/ কেন্দ্ৰীয় শাসিত অঞ্চল/ সংস্থা

১. 

শ্ৰী অশোক কুমাৰ গুণ্টৰেড্ডী, চক্ৰ পৰিদৰ্শক 

অন্ধ্ৰ প্ৰদেশ

২. 

শ্ৰী মনচুৰুদ্দিন শ্বেইক, চক্ৰ পৰিদৰ্শক 

অন্ধ্ৰ প্ৰদেশ

৩. 

শ্ৰী ধনুঞ্জয়ুডু মালেলা, আৰক্ষী উপ অধীক্ষক 

অন্ধ্ৰ প্ৰদেশ

৪. 

শ্ৰীমতী সুপ্ৰজা কোৰ্লাকুণ্টা, অতিৰিক্ত আৰক্ষী অধীক্ষক

অন্ধ্ৰ প্ৰদেশ

৫. 

শ্ৰী ৰৱি চন্দ্ৰউপ্পুটুৰী, আৰক্ষী উপ অধীক্ষক 

অন্ধ্ৰ প্ৰদেশ

৬. 

শ্ৰী সুৰজিত্ সিং পানেছৰ, আৰক্ষী উপায়ুক্ত 

অসম

৭. 

শ্ৰী দুৰ্গা কিংকৰ কুমাৰ, পৰিদৰ্শক

অসম

৮. 

শ্ৰী আৰিফুল হক, পৰিদৰ্শক

অসম

৯. 

শ্ৰীমতী এম থাদৈ সিংহ, উপ পৰিদৰ্শক

অসম

১০. 

শ্ৰী জয়ন্ত কান্ত, উপ মহা পৰিদৰ্শক

বিহাৰ

১১. 

শ্ৰী কাৰ্তিকেয় শৰ্মা, এছপি

বিহাৰ

১২. 

শ্ৰী সন্তোষ কুমাৰ, এছপি

বিহাৰ

১৩. 

শ্ৰী ৰাকেশ কুমাৰ, ডিএছপি

বিহাৰ

১৪. 

শ্ৰীমতী নীতা ৰাজপুত, এছআই

চত্তিশগড়

১৫. 

শ্ৰী আশীৰ্বাদ ৰহতগাওকাৰ, পৰিদৰ্শক

চত্তিশগড়

১৬. 

শ্ৰী নৱীন বৰকৰ, পৰিদৰ্শক

চত্তিশগড়

১৭. 

শ্ৰী সুনীল যোশী, এছপি

গুজৰাট

 

১৮. 

শ্ৰী সুশীল ৰৱীন্দ্ৰ আগৰৱাল, ডিচিপি, আইপিএছ

গুজৰাট

 

১৯. 

শ্ৰী বীৰভদ্ৰসিং মহীপতসিং জাদেজা, ডিএছপি

গুজৰাট

 

২০. 

শ্ৰী চৰ্দাৰসিং জীৱাভাই বৰিয়া, পৰিদৰ্শক

গুজৰাট

 

২১. 

শ্ৰী নিখিল ৰামেশচন্দ্ৰে ব্ৰহ্মভট্ট, পৰিদৰ্শক

গুজৰাট

 

২২. 

শ্ৰী হৰদীপসিং ঝালা, পৰিদৰৰ্শক

গুজৰাট

 

২৩. 

শ্ৰী ৰাজেশ কুমাৰ, উপ পৰিদৰ্শক

হাৰিয়াণা

 

২৪. 

শ্ৰী ৰাকেশ কুমাৰ, সহকাৰী উপ পৰিদৰ্শক 

হাৰিয়াণা

 

২৫. 

শ্ৰী অনিল কুমাৰ, সহকাৰী উপ পৰিদৰ্শক

হাৰিয়াণা

 

২৬. 

শ্ৰী প্ৰমোদ কুমাৰ সিন্হা, পৰিদৰ্শক

ঝাৰখণ্ড

 

২৭ 

শ্ৰী সুভংশু জৈন, এছপি

ঝাৰখণ্ড

 

২৮. 

শ্ৰী শংকৰ এম ৰাগী, ডিএছপি

কৰ্ণাটক

 

২৯. 

শ্ৰী ৰামাপ্পা বি গুট্টেৰ, পৰিদৰ্শক

কৰ্ণাটক

 

৩০. 

শ্ৰী শিৱাস্বামী চি বি, পৰিদৰ্শক

কৰ্ণাটক

 

৩১. 

শ্ৰী ৰুদ্ৰেগৌড় আৰ পাটিল, পৰিদৰ্শক

কৰ্ণাটক

 

৩২. 

শ্ৰী পি. সুৰেশ, পৰিদৰ্শক

কৰ্ণাটক

 

৩৩. 

শ্ৰী বৈভৱ চাক্সেনা, এছপি

কেৰালা

 

৩৪. 

শ্ৰীমতী শিল্পা দ্যাভাইয়া, এছপি

কেৰালা

 

৩৫ 

শ্ৰী জুলফিকৰ এম কে, অতিৰিক্ত আৰক্ষী অধীক্ষক

কেৰালা

 

৩৬. 

শ্ৰী সাজান কে, উপ পৰিদৰ্শক

কেৰালা

 

৩৭. 

শ্ৰী আৰ ইলহাংগো, এছপি

কেৰালা

 

৩৮. 

শ্ৰী পি ৰাজকুমাৰ, এচিপি

কেৰালা

 

৩৯. 

শ্ৰী ডিনিল জে কে, এচিপি 

কেৰালা

 

৪০. 

শ্ৰী কে আৰ বিজু, পৰিদৰ্শক

কেৰালা

 

৪১. 

শ্ৰী পি হৰিলাল, পৰিদৰ্শক

কেৰালা

 

৪২. 

শ্ৰীমতী অঞ্জনা ত্ৰিবেদী, উপ পৰিদৰ্শক

মধ্য প্ৰদেশ

 

৪৩. 

শ্ৰী আশুতোষ শ্ৰোত্ৰিয়া, উপ পৰিদৰ্শক

মধ্য প্ৰদেশ

 

৪৪. 

শ্ৰী সুশীল কুমাৰ শুক্লা, উপ পৰিদৰ্শক

মধ্য প্ৰদেশ

 

৪৫. 

শ্ৰীমতী প্ৰজ্ঞা পৰধা, উপ পৰিদৰ্শক

মধ্য প্ৰদেশ

 

৪৬. 

শ্ৰী ৰাজেন্দ্ৰ কুমাৰ চতুৰ্বেদী, ডিএছপি

মধ্য প্ৰদেশ

 

৪৭. 

শ্ৰী গৌৰৱ সিং বুন্দেলা, পৰিদৰ্শক

মধ্য প্ৰদেশ

 

৪৮. 

শ্ৰীমতী তাৰান্নুম খান, পৰিদৰ্শক

মধ্য প্ৰদেশ

 

৪৯. 

শ্ৰী প্ৰবীণ দাদছো ইংগাৱালে, এছপি

মণিপুৰ

 

৫০. 

শ্ৰী সলমে আৰ মাৰাক, উপ পৰিদৰ্শক

মেঘালয়

 

৫১. 

শ্ৰী লালনুন্তলুৱাংগা, উপ পৰিদৰ্শক

মিজোৰাম

 

৫২. 

শ্ৰী প্ৰভাত কুমাৰ বিশৱাল, ডিএছপি

ওড়িশা

 

৫৩. 

শ্ৰী প্ৰশান্ত কুমাৰ চাহু, পৰিদৰ্শক

ওড়িশা

 

৫৪. 

শ্ৰীমতী দুৰ্গেশ নন্দিনী মহান্তী, পৰিদৰ্শক

ওড়িশা

 

৫৫. 

শ্ৰী মানস ৰঞ্জন প্ৰধান, ডিএছপি

ওড়িশা

 

৫৬. 

শ্ৰীমতী কঁৱৰদীপ কৌৰ, এছএছপি

পাঞ্জাৱ

 

৫৭. 

শ্ৰী দলবীৰ সিং, ডিএছপি

পাঞ্জাৱ

 

৫৮. 

শ্ৰী অমিত কুমাৰ, এএছপি

ৰাজস্থান

 

৫৯. 

শ্ৰী অমিত সিং শিহাগ, পৰিদৰ্শক

ৰাজস্থান

 

৬০. 

শ্ৰী গুমনা ৰাম, ডিএছপি

ৰাজস্থান

 

৬১. 

শ্ৰী গৌৰৱ যাদৱ, ডিএছপি

ৰাজস্থান

 

৬২. 

শ্ৰীমতী সজ্জন কঁৱৰ, পৰিদৰ্শক

ৰাজস্থান

 

৬৩. 

শ্ৰী মদন লাল মীনা, সহকাৰী উপ পৰিদৰ্শক

ৰাজস্থান

 

৬৪. 

শ্ৰী খিৱৰাজ গুৰ্জৰ, উপ পৰিদৰ্শক

ৰাজস্থান

 

৬৫. 

শ্ৰী পুছা ৰাম, প্ৰধান কনিষ্টবল

ৰাজস্থান

 

৬৬. 

শ্ৰীমতী পুনম চৌধাৰী, পৰিদৰ্শক

ৰাজস্থান

 

৬৭. 

শ্ৰী শ্বেৰ বাহাদুৰ মংগেৰ, পৰিদৰ্শক

ছিকিম

 

৬৮. 

শ্ৰী ভিক্টৰ এছ জন, এচিপি

তামিল নাডু

 

৬৯. 

শ্ৰী পোনকাৰ্তিক কুমাৰ আৰ, এএছপি

তামিল নাডু

 

৭০. 

শ্ৰীমতী কে ৰম্যা, পৰিদৰ্শক

তামিল নাডু

 

৭১. 

শ্ৰী এ ৰৱিকুমাৰ, পৰদৰ্শক

তামিল নাডু

 

৭২. 

শ্ৰীমতী আৰ বিজয়া, পৰিদৰ্শক

তামিল নাডু

 

৭৩. 

শ্ৰীমতী এছ ভণিতা, পৰিদৰ্শক

তামিল নাডু

 

৭৪. 

শ্ৰীমতী এছ সৰস্বতী, পৰিদৰ্শক

তামিল নাডু

 

৭৫. 

শ্ৰী এছ গোপালকৃষ্ণন, পৰিদৰ্শক

তামিল নাডু

 

৭৬. 

শ্ৰী মেকলা থিৰুপথন্না, অতিৰিক্ত আৰক্ষী অধীক্ষক

তেলেংগাণা

 

৭৭. 

শ্ৰী ৰাজুলা সত্যনাৰায়াণা ৰাজু, ডিএছপি

তেলেংগাণা

 

৭৮. 

শ্ৰী মুলা জিতেন্দ্ৰ ৰেড্ডী, সহকাৰী আৰক্ষী আয়ুক্ত

তেলেংগাণা

 

৭৯. 

শ্ৰী কাম্মাইপাল্লে মল্লিকাৰ্জুনা কিৰণকুমাৰ, ডিএছপি

তেলেংগাণা

 

৮০. 

শ্ৰী ভূপতি শ্ৰীনিবাসা ৰাও, সহকাৰী আৰক্ষী আয়ুক্ত

তেলেংগাণা

 

৮১. 

শ্ৰী ৰাজীব সূত্ৰধাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক

ত্ৰিপুৰা

 

৮২. 

শ্ৰী মনোজ কুমাৰ, উপ পৰিদৰ্শক

উত্তৰ প্ৰদেশ

 

৮৩. 

শ্ৰী শ্যাম বাহাদুৰ যাদৱ, পৰিদৰ্শক

উত্তৰ প্ৰদেশ

 

৮৪. 

শ্ৰী সঞ্জয় কুমাৰ ৰেড্ডী, ডিএছপি

উত্তৰ প্ৰদেশ

 

৮৫. 

শ্ৰী গজেন্দ্ৰ পাল সিং, ডিএছপি

উত্তৰ প্ৰদেশ

 

৮৬. 

শ্ৰী পতিৰাম যাদৱ, পৰিদৰ্শক

উত্তৰ প্ৰদেশ

 

৮৭. 

শ্ৰী যোগেন্দ্ৰ সিং, পৰিদৰ্শক

উত্তৰ প্ৰদেশ

 

৮৮. 

শ্ৰী সঞ্জয় বাৰ্মা, ডিএছপি

উত্তৰ প্ৰদেশ

 

৮৯. 

শ্ৰী অৰৱিন্দ কুমাৰ সিং, উপ পৰিদৰ্শক

উত্তৰ প্ৰদেশ

 

৯০. 

শ্ৰী পূৰ্ণেন্দু সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক

উত্তৰ প্ৰদেশ

 

৯১. 

শ্ৰী বিপিন কুমাৰ সিং, পৰিদৰ্শক

উত্তৰ প্ৰদেশ

 

৯২. 

শ্ৰী ভগৱান সিং মহৰ, পৰিদৰ্শক

উত্তৰাখণ্ড

 

৯৩. 

শ্ৰী পল্লৱ কুমাৰ গাংগুলী, পৰিদৰ্শক

পশ্চিম বংগ

 

৯৪. 

শ্ৰী গৌতম সাহা, পৰিদৰ্শক

পশ্চিম বংগ

 

৯৫. 

শ্ৰী ৰাণা মিশ্ৰ, পৰিদৰ্শক

পশ্চিম বংগ

 

৯৬. 

শ্ৰীমতী শ্ৰাবন্তি ঘোষ, পৰিদৰ্শক

পশ্চিম বংগ

 

৯৭. 

শ্ৰী আলতাব হোছেইন মল্লিক, উপ পৰিদৰ্শক

পশ্চিম বংগ

 

৯৮. 

শ্ৰী চিন্ময় বেনাৰ্জী, উপ পৰিদৰ্শক

পশ্চিম বংগ

 

৯৯. 

শ্ৰী সুষম মিত্ৰ, উপ পৰিদৰ্শক

পশ্চিম বংগ

 

১০০. 

শ্ৰী তুশীময় দাস, উপ পৰিদৰ্শক

পশ্চিম বংগ

 

১০১. 

শ্ৰীমতী শিল্পী সিংহ, উপ পৰিদৰ্শক

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

 

১০২. 

শ্ৰী যশবীৰ সিং, ডিএছপি

চণ্ডীগড়

 

১০৩. 

শ্ৰী সিদ্ধাৰ্থ কীৰ্তি কুমাৰ জৈন, এছডিপিঅ

দাদ্ৰা আৰু নগৰ হাভেলী

 

১০৪. 

শ্ৰীমতী হীৰল পেটেল, উপ পৰিদৰ্শক

দমন আৰু দিউ

 

১০৫. 

শ্ৰী সঞ্জয় কুমাৰ ছেইন, ডিচিপি

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী এলেকা

 

১০৬. 

শ্ৰী প্ৰমোদ যোশী, পৰিদৰ্শক

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী এলেকা

 

১০৭. 

শ্ৰী গজৰাজ সিং, সহকাৰী উপ পৰিদৰ্শক

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী এলেকা

 

১০৮. 

শ্ৰী তনবীৰ আশ্ৰফ, পৰিদৰ্শক

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী এলেকা

 

১০৯. 

শ্ৰী মুজীব-উল-ৰেহমান, এছপি

(জে এণ্ড কে) লাডাখ

 

১১০. 

শ্ৰী আমীৰ বিন মহম্মেদ, উপ পৰিদৰ্শক

লাক্ষাদ্বীপ

 

১১১. 

শ্ৰী নৰা চৈতন্য, এছপি

পুড়ুচেৰী

 

১১২. 

শ্ৰী বিদ্যুত্ বিকাশ, এছপি

চিবিআই

 

১১৩. 

শ্ৰী তথাগত বৰ্দ্ধন, এএছপি

চিবিআই

 

১১৪. 

শ্ৰী মুকেশ কুমাৰ, ডিএছপি

চিবিআই

 

১১৫. 

শ্ৰী আলোক কুমাৰ শ্বাহী, ডিএছপি

চিবিআই

 

১১৬. 

শ্ৰীমতী ৰুবী চৌধাৰী, ডিএছপি

চিবিআই

 

১১৭. 

শ্ৰী দীপক কুমাৰ পুৰোহিত, ডিএছপি

চিবিআই

 

১১৮. 

শ্ৰী অখিল পাণ্ডে, ডিএছপি

চিবিআই

 

১১৯. 

শ্ৰী হুকুম বীৰ অত্ৰী, পৰিদৰ্শক

চিবিআই

 

১২০ 

শ্ৰী দীনেশ কুমাৰ, পৰিদৰ্শক

চিবিআই

 

১২১. 

শ্ৰী জাহিৰ আখটাৰ আনচাৰী, পৰিদৰ্শক

চিবিআই

 

১২২. 

শ্ৰীমতী শীতল অৰুণ শ্বেন্দগে, পৰিদৰ্শক

চিবিআই

 

১২৩. 

শ্ৰী কমলেশ চন্দ্ৰ তেৱাৰী, পৰিদৰ্শক

চিবিআই

 

১২৪. 

শ্ৰী ৰাহুল ৰাজ, পৰিদৰ্শক

চিবিআই

 

১২৫. 

শ্ৰী সুব্ৰহ্মন্যম লক্ষ্মী ভেংকটা গলি, পৰিদৰ্শক

চিবিআই

 

১২৬. 

শ্ৰী সন্তোষ কুমাৰ অৰেকাথ, পৰিদৰ্শক

চিবিআই

 

১২৭. 

শ্ৰী ই শংকৰা সুব্ৰমনিয়ম, ইণ্টেলিজেন্স অফিচাৰ

এনচিবি

 

১২৮. 

শ্ৰী ৰাকেশ কুমাৰ, ইণ্টেলিজেন্স অফিচাৰ

এনচিবি

 

১২৯. 

শ্ৰী চি ভি চুব্বাৰেড্ডী, এছপি

এনআইএ

 

১৩০. 

শ্ৰী বিক্ৰমন বসুদেৱন, এছপি

এনআইএ

 

১৩১. 

শ্ৰী প্ৰশান্ত আনন্দ, এছপিS

এনআইএ

 

১৩২. 

শ্ৰী আই এছ বিষ্ট, ডিএছপি

এনআইএ

 

১৩৩. 

শ্ৰী বিপিন কুমাৰ ডিএছপি

এনআইএ

 

১৩৪. 

শ্ৰী কৃশন কুমাৰ ভৰদ্বাজ, পৰিদৰ্শক

এনআইএ

 

১৩৫. 

শ্ৰী ভি অৰুণ মগেশ, পৰিদৰ্শক

এনআইএ

 

১৩৬. 

শ্ৰী উমেশ ৰায় কে, পৰিদৰ্শক

এনআইএ

 

১৩৭. 

শ্ৰী সোণু, পৰিদৰ্শক

এনআইএ

 

১৩৮. 

শ্ৰী থিৰাভিয়াম সৃজিথ, এছপি 

এনআইএ

 

১৩৯. 

শ্ৰী জি শিৱা বিক্ৰম, এছপি

এনআইএ

 

১৪০. 

শ্ৰীমতী নম্ৰতা গণেশ পাটিল, এএছপি

এনআইএ

 

 

বঁটা প্ৰাপকসকলৰ সবিশেষ বিৱৰণো www.mha.gov.in ত উপলব্ধ 

 

*****



(Release ID: 1948489) Visitor Counter : 106