প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডঃ শ্যামাপ্রসাদ মুখার্জীৰ জন্মবার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধাজ্ঞাপন
प्रविष्टि तिथि:
06 JUL 2023 10:17AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ডঃ শ্যামাপ্রসাদ মুখার্জীৰ জন্মবার্ষিকীত তেওঁৰ প্রতি শ্রদ্ধাজ্ঞাপন কৰিছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়;
“মহান ৰাষ্ট্রবাদী চিন্তক, শিক্ষাবিদ তথা ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাতা ডঃ শ্যামাপ্রসাদ মুখার্জীক তেওঁৰ জন্মজয়ন্তীত শত শত প্রণাম। এখন শক্তিশালী ভাৰতবর্ষ গঠনৰ বাবে তেওঁ তেওঁৰ জীৱন সমর্পণ কৰিছিল। তেওঁৰ আদর্শ আৰু নীতি দেশৰ প্রতিটো প্রজন্মৰ প্রেৰণাৰ উৎস হৈ থাকিব।”
**********
(रिलीज़ आईडी: 1937870)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam