প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ওড়িশাৰ গঞ্জাম জিলাত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 26 JUN 2023 12:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ গঞ্জাম জিলাত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ অধীনত মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“ওড়িশাক গঞ্জাম জিলাত বাছ দুৰ্ঘটনাত দুঃখিত হৈছো৷ যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী”

***


(रिलीज़ आईडी: 1936354) आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam