প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমেৰিকাৰ অৰ্থনীতিবিদ তথা নীতি উদ্যোগী অধ্যাপক পল ৰোমাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 21 JUN 2023 9:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত নোবেল বঁটা বিজয়ী আমেৰিকাৰ অৰ্থনীতিবিদ তথা নীতি উদ্যোগী অধ্যাপক পল ৰোমাৰৰে মিলিত হয়।

প্ৰধানমন্ত্ৰী আৰু অধ্যাপক ৰোমাৰে আধাৰ আৰু ডিজিলকাৰৰ দৰে উদ্ভাৱনীমূলক আহিলাৰ ব্যৱহাৰকে ধৰি ভাৰতৰ ডিজিটেল যাত্ৰা সন্দৰ্ভত আলোচনা কৰে। নগৰ উন্নয়নৰ বাবে ভাৰতে গ্ৰহণ কৰা ভিন্ন পদক্ষেপ সম্পৰ্কেও আলোচনা কৰা হয়।

***


(रिलीज़ आईडी: 1936351) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam