প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ডঃ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে

পোষ্ট কৰা হৈছে: 14 APR 2023 9:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে ডঃ বাবাচাহেব আম্বেদকাৰক তেওঁৰ জয়ন্তীত পুষ্পাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে:

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান ব্যক্তিত্বৰ গৰাকী ডঃ বাবাচাহেব আম্বেদকাৰক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

**********


(ৰিলিজ আই ডি : 1917464) অতিথি কক্ষ : 140