গৃহ মন্ত্ৰালয়

নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড/এনকে, নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড/ৰিফৰ্মেচন আৰু নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড/কে-খাংগোৰ সৈতে যুদ্ধবিৰতি চুক্তিৰ সম্প্ৰসাৰণ

Posted On: 06 APR 2023 7:05PM by PIB Guwahati

ভাৰত চৰকাৰ আৰু নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড/এনকে (NSCN/NK), নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড/ৰিফৰ্মেচন (NSCN/R) আৰু নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড/কে-খাংগোৰ (NSCN/K-Khango) মাজত যুদ্ধবিৰতি চুক্তি কাৰ্য্যকৰী হৈ আছে।

এনএছচিএন/এনকে আৰু এনএছচিএন/আৰৰ সৈতে ২৮ এপ্ৰিল, ২০২৩ ৰপৰা ২৭ এপ্ৰিল, ২০২৪লৈ আৰু এনএছচিএন/কে-খাংগোৰ সৈতে ১৮ এপ্ৰিল, ২০২৩ ৰপৰা ১৭ এপ্ৰিল, ২০২৪লৈ আৰু এবছৰলৈ যুদ্ধবিৰতি চুক্তিৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই চুক্তিসমূহ ২০২৩ৰ ৬ এপ্ৰিলত স্বাক্ষৰিত হয়।

*****



(Release ID: 1914447) Visitor Counter : 102