প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হনুমান জয়ন্তীত জনসাধাৰণক শুভেচ্ছা জনায়

ভগৱান হনুমানৰ চৰণত অশেষ প্ৰণিপাত কৰে

Posted On: 06 APR 2023 4:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"আপোনালোক সকলোকে হনুমান জয়ন্তীৰ অশেষ শুভকামনা। এই পৱিত্ৰ পৰ্বত ভগৱান হনুমানৰ চৰণত বন্দনাৰ লগতে মই প্ৰতিজনৰ কল্যাণৰ কামনা কৰিছো।"

**********

DS/ST


(Release ID: 1914405) Visitor Counter : 119