প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক

পোষ্ট কৰা হৈছে: 13 MAR 2023 6:33PM by PIB Guwahati

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ'ই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত টুইট কৰিছে;

"নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @Neiphiu_Rio @narendramodi প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।"

***

DS/ST


(ৰিলিজ আই ডি : 1907876) অতিথি কক্ষ : 152