প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমি আমাৰ কৃষক ভাই-ভনীসকলৰ কল্যাণৰ বাবে কোনো কৰ্তব্যই এৰি নিদিম: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 16 MAR 2023 2:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ নীতিৰ বাবে চেনী উদ্যোগলৈ অহা আত্মনিৰ্ভৰশীলতাত আনন্দ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"কৃষক ভাই-ভনীসকলৰ জীৱনত সুখৰ মধুৰতা বিলীন হওঁক। আমি তেওঁলোকৰ কল্যাণৰ বাবে কোনো ধৰণৰ কৰ্তব্যই এৰি নিদিও। "

***

DS/ST


(रिलीज़ आईडी: 1907873) आगंतुक पटल : 99
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam