প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এক্সাম ৱাৰিঅ’ৰ্ছ পুস্তিকাখনিৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ চাপৰ পৰা মুক্ত কৰাঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
25 FEB 2023 9:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এক্সাম ৱাৰিঅ’ৰ্ছ পুস্তিকাখনিৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ চাপৰপৰা মুক্ত কৰা। শ্ৰী মোদীয়ে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এটি টুইটলৈ সঁহাৰি জনাই এইদৰে কয়। শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে টুইটটোৰ জৰিয়তে ঝাৰখণ্ডৰ কোদাৰমাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক্সাম ৱাৰিঅ’ৰ্ছ পুস্তিকাখনি পঢ়ি পৰীক্ষা সম্পৰ্কীয় চিন্তাৰপৰা সকাহ অনুভৱ কৰাৰ কথা জনাইছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“বৰ ভাল কথা! ছাত্র-ছাত্রীসকল পৰীক্ষা সম্পর্কীয় সকলো চাপৰপৰা মুক্ত হ'ব লাগে, এয়াই আছিল এক্সাম ৱাৰিঅ’ৰ্ছৰ লক্ষ্য...”
*****
DS/ST/SB
(रिलीज़ आईडी: 1902679)
आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Odia
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam