প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংসদ ৰত্ন বঁটা-২০২৩ বঁটা লাভ কৰাৰ বাবে সাংসদ সতীৰ্থসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 FEB 2023 12:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ৰত্ন ২০২৩ বঁটা লাভ কৰা সংসদৰ সতীৰ্থসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰাণহাদ যোশীৰ এটা টুইট ৰি-টুইট কৰি কয়, "সংসদ ৰত্ন বঁটা লাভ কৰা সংসদৰ মোৰ সতীৰ্থসকলক অভিনন্দন জনাইছো। তেওঁলোকে তেওঁলোকৰ সমৃদ্ধ গুণেৰে সংসদীয় কাৰ্যক্ৰমণিকা সমৃদ্ধ কৰি থাকক। "

*****

DS/TS


(रिलीज़ आईडी: 1901680) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam