প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

নেচনেল ৰেচ ৱাকিং চেম্পিয়নশ্বিপত বিজয়ৰ বাবে ৰেচ ৱাকাৰ অক্ষদ্বীপ সিং আৰু প্ৰিয়ংকা গোস্বামীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 15 FEB 2023 10:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেচনেল ৰেচ ৱাকিং চেম্পিয়নশ্বিপত বিজয়ৰ বাবে ৰেচ ৱাকাৰ অক্ষদ্বীপ সিং আৰু প্ৰিয়ংকা গোস্বামীক অভিনন্দন জনাইছে৷ শ্ৰী মোদীয়ে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছাও জ্ঞাপন কৰে৷

ছাই মিডিয়াৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“অক্ষদ্বীপ আৰু @Priyanka_Goswamক অভিনন্দন জনাইছো৷ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো৷”

***

DS/ST/DB



(Release ID: 1899805) Visitor Counter : 105