প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
পোষ্ট কৰা হৈছে:
26 JAN 2023 4:21PM by PIB Guwahati
প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
প্রধানমন্ত্রীয়ে টুইট কৰিছে:
"আজি পুৱাৰ ভাগত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।"
***
DS/AK
(ৰিলিজ আই ডি : 1894033)
অতিথি কক্ষ : 182
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam