সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

সংগীত নাটক একাডেমীৰ আজাদী কা অমৃত মহোৎসৱ (AKAM)ৰ অধীনত এককালীন সংগীত নাটক অকাডেমীৰ অমৃত বঁটা ঘোষণা


ভাৰতীয় পৰিবেশন কলাৰ ক্ষেত্ৰৰ ৮৬ গৰাকী শিল্পীয়ে এই বঁটাৰ বাবে নিৰ্বাচিত হয়

प्रविष्टि तिथि: 25 NOV 2022 6:18PM by PIB Guwahati

প্ৰধান দিশসমূহ:

• সংগীত নাটক অকাডেমী অমৃত বঁটাত নগদ ১ লাখ টকাৰ লগতে এটা তাম্ৰপাত্ৰ আৰু এখন অংগবস্ত্ৰ আছে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ স্মৃতিত আজাদী কা অমৃত মহোৎসৱৰ অধীনত সংগীত নাটক অকাডেমীয়ে ৮৬ গৰাকী শিল্পীৰ বাবে এককালীন সংগীত নাটক অকাডেমী অমৃত বঁটা ঘোষণা কৰিছে।

২০২২ চনৰ ৬-৮ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমী ‘সংগীত নাটক একাডেমী’ৰ জেনেৰেল কাউন্সিলে এই এককালীন বঁটাৰ বাবে ছয়াশী (৮৬)গৰাকী শিল্পীক সৰ্বসন্মতিক্ৰমে বাছনি কৰে। ইয়াৰ ভিতৰতভাৰতীয় পৰিবেশন কলা জগতৰ৭৫ বছৰৰ ওপৰৰ আৰু কেৰিয়াৰত এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় সন্মান লাভ নকৰা শিল্পীও আছে।

Click here for complete list

***

NB/SK/MS


(रिलीज़ आईडी: 1880425) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Telugu