প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে

Posted On: 26 NOV 2022 9:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে;

"আজিৰ পুৱাৰ ভাগতPM @narendramodi য়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু জীক সাক্ষাৎ কৰে।"

 

***

DS/SH/MS



(Release ID: 1879713) Visitor Counter : 130