উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত সংবিধান দিৱস উদযাপন উন্নয়ন মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
26 NOV 2022 9:25AM by PIB Guwahati
সংবিধান দিৱস উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে এক দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে।
হিন্দী আৰু ইংৰাজীত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ জৰিয়তে এই কাৰ্যসূচীৰ শুভাৰম্ভ হয়।
এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু অৰ্থাৎ "ভাৰত-গণতন্ত্ৰৰ মাতৃ/ভাৰত- লোকতন্ত্ৰৰ জননী"ৰ ওপৰত আধাৰিত এক শ্লোগান লিখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।
প্ৰতিযোগিতাখনৰ অন্তত, ড'নাৰ মন্ত্ৰালয়ৰ বিষয়াসকলে কৰ্মচাৰীসকলৰ সৈতে ভাৰতৰ সংবিধান সম্পৰ্কে এক মত বিনিময়ত মিলিত হয়।
ভাৰত আৰু ভাৰতীয় সংবিধানৰ ওপৰত আধাৰিত এক কুইজ প্ৰতিযোগিতাও ড'নাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজন কৰা হৈছিল। দিনজোৰা অনুষ্ঠানত সকলো বিষয়া আৰু কৰ্মচাৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
ড'নাৰ মন্ত্ৰালয়ৰ চৌহদত ষ্টেণ্ডী আৰু পোষ্টাৰবোৰ প্ৰদৰ্শন কৰা হয়।
***
MG/RK/KG
(रिलीज़ आईडी: 1879373)
आगंतुक पटल : 214