তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আপোনালোকৰ বাবে আগবঢ়াইছো ‘ইফিলইড’-ৰ দ্বিতীয়টো তাঙৰণ, পিআইবি-ৰ ‘আইএফএফআই’-সম্পৰ্কীয় পত্ৰিকা

Posted On: 20 NOV 2022 4:06PM by PIB Guwahati

এয়া হৈছে পুনৰবাৰ চলচ্চিত্ৰ উদযাপনৰ সময়। হয়নে, আপোনালোকে সদায়েই ছবিৰ উদযাপন কৰি আহিছে বুলি কোৱা শুনিছোনে বাৰু? আনন্দৰ লগতে বিষাদৰ মুহূৰ্ততো, সাৰে থকা সময়খিনিত, আনকি টোপনিত আৰু সপনতো?

হয়, এয়া চিৰন্তন প্ৰেম আৰু নিৰবধি উদযাপনৰ এই চেতনা যাক আমি, আমাৰ-আমাৰ সকলোৱে-আত্মস্থ কৰিব বিচাৰো, আৰু স্মৃতিত লৈ ফুৰিব বিচৰো, নিজকে সংপৃক্ত কৰিব বিচাৰো।

আৰু এয়াই হৈছে ‘আইএফএফআই’-‘ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ’, এক মহোসৱ, যি উদযাপিত হয় মানুহৰ দ্বাৰা আৰু মানুহৰ বাবে-ৰ নেপথ্যৰ শক্তি।

‘আইএফএফআই’-ৰ বাৰ্তা সম্প্ৰচাৰৰে জড়িত পিআইবি-ৰ সদস্যবৃন্দৰো সেই একেই শক্তি যিয়ে আমাক সঞ্চালিত কৰিছে, কাৰণ আমি ‘আইএফএফআই-৫৩’ৰ ‘ইফিলইড’-ৰ প্ৰথমটো তাঙৰণ প্ৰকাশিত কৰিছো।

চলচ্চিত্ৰপ্ৰেমীসকলৰ সৈতে ‘ইফিলইড’ৰ এক প্ৰীতিৰ বান্ধোন আমি গঢ়িব পাৰিছো। আমি এই প্ৰয়াস অব্যাহত ৰখাই নহয়, ইয়াক আৰু অধিক উন্নত কৰি তোলাটোৱেই হৈছে আমাৰ বিনম্ৰ প্ৰত্যাশা।

Check out the first issue here.

Let us celebrate films - and life - together.

***

PIB IFFI Cast and Crew | IFFI 53 – 42/KB



(Release ID: 1878193) Visitor Counter : 95