প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধা

Posted On: 14 NOV 2022 9:54AM by PIB Guwahati

ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবার্ষিকীত শ্রদ্ধা নিবেদন কৰিছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে :

“জন্মবার্ষিকীত আমাৰ প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুজীৰ প্রতি শ্রদ্ধা জানাইছো। দেশ গঠনত তেওঁৰ অবদানৰ কথাও আমি স্মৰণ কৰিছো।”

**********

DS/SH



(Release ID: 1876125) Visitor Counter : 76