প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মা কাত্যায়নীৰ আশীৰ্বাদ কামনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 OCT 2022 9:26AM by PIB Guwahati

পৱিত্ৰ নৱৰাত্ৰি উপলক্ষ্যে সকলো ভক্তৰ বাবে মা কাত্যয়নীৰ আশীৰ্বাদ কামনা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোৰে মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস যাতে বৃদ্ধি পায়, তাৰ কামনা কৰে শ্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দেৱীৰ এটি বিশেষ স্তোত্ৰপাঠ সকলোৰে সৈতে শ্বেয়াৰ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।

कात्यायनी च शुभदा देवी दानवघातिनी॥

মা দুৰ্গাৰ কাত্যয়নী ৰূপটো অতি আশ্চৰ্যকৰ আৰু অলৌকিক। আজি তেওঁক আৰাধনা কৰি সকলোৱে আত্মবল আৰু আত্মবিশ্বাসৰ আশীৰ্ব্বাদ লাভ কৰক, এয়াই কামনা কৰিছোঁ। "

 

***

DS/ST/KG


(रिलीज़ आईडी: 1865523) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam