প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সুন্দৰ ৰক্ষণাবেক্ষণৰ বাবে অৰুণাচলৰ ‘জং চৰকাৰী মাধ্যমিক বিদ্যালয়’লৈ অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
04 OCT 2022 3:53PM by PIB Guwahati
অৰুণাচলৰ ‘জং চৰকাৰী মাধ্যমিক বিদ্যালয়’ৰ সুন্দৰ ৰক্ষণাবেক্ষণত আনন্দিত হোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যালয়খনলৈ অভিনন্দন জনাইছে।
মুখ্যমন্ত্ৰী শ্ৰী পেমা খান্দুৰ এক ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
“দেখি খুবেই ভাল লাগিছে! এইখন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকললৈ অভিনন্দন জনাইছোঁ”
***
DS/KB
(ৰিলিজ আই ডি : 1865445)
অতিথি কক্ষ : 167
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam