প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুলি থেভাৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 SEP 2022 9:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ পুলি থেভাৰৰ জন্মজয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"মই বীৰ পুলি থেভাৰৰ জন্ম জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ সাহসিকতা আৰু দৃঢ় সংকল্পই অগণন লোকক অনুপ্ৰেৰণা যোগায়। সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ সদায় মানুহৰ বাবে যুঁজ দিছিল।"
***
DS/ST/KG
(ৰিলিজ আই ডি : 1856464)
অতিথি কক্ষ : 167
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam