প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়
प्रविष्टि तिथि:
20 APR 2022 8:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথৰ সৈতে আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী মোডীৰ গুজৰাট ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন অনুষ্ঠানত দুয়োগৰাকী নেতাই বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে টুইট কৰিছে:
"মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথৰ সৈতে এক গঠনমূলক আলোচনাত মিলিত হ’লো। আমি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু মৰিচাছৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক গভীৰ কৰা সন্দৰ্ভত কথা-বতৰা পাতো।"
***
DS/SKS/MS
(रिलीज़ आईडी: 1818852)
आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam