প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটী নৱবৰ্ষ উপলক্ষে সকলো গুজৰাটীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
Posted On:
05 NOV 2021 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে সকলো গুজৰাটীক শুভেচ্ছা জনাইছে। তেওঁ নতুন বছৰে প্ৰত্যেকৰে জীৱনলৈ সুখ, সমৃদ্ধি, সুস্থ আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনক বুলি শুভেচ্ছা জনায়।
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “"સૌ ગુજરાતીઓને નવા વર્ષની હૃદયપૂર્વકની શુભકામનાઓ…!!
આજથી પ્રારંભ થતું નવું વર્ષ….આપના જીવનમાં સુખ અને સમૃદ્ધિનો ઉજાસ પાથરે, આરોગ્ય નિરામય રહે તથા પ્રગતિના નવા સોપાન સર કરનારું બની રહે એવી અંતઃકરણ પૂર્વકની મનોકામના સાથે નૂતન વર્ષાભિનંદન.....॥"
****
DS/SH/DB
(Release ID: 1769985)
Visitor Counter : 140
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam