প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দীপাৱলী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 NOV 2021 8:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"দীপাৱলীৰ পৱিত্ৰ উপলক্ষত দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনালো। পোহৰৰ এই উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ যেন সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনে, তাৰেই কামনা কৰিলো।

সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালো।"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1769972) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam