স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ টীকাকৰণ – ৮২ তম দিন

৮.৮৩ কোটিতকৈও অধিক ক’ভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে

আজি নিশা ৮ বজালৈ ১৩.১৪ লাখ ভেকচিন প্ৰদান কৰা হৈছে

Posted On: 07 APR 2021 8:56PM by PIB Guwahati

আজি সমগ্ৰ দেশতে সামগ্ৰিকভাৱে ক’ভিড-১৯ ভেকচিনৰ টীকাকৰণৰ সংখ্যা ৮.৮৩ কোটিৰ সীমা অতিক্ৰম কৰিছে।

আজি নিশা ৮ বজালৈ সৰ্বমুঠ ৮,৮৩,৭২,২৭৭ টা ভেকচিনৰ টীকা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ ভিতৰত আছে ৮৯,৬৫,৮৩৯ গৰাকী স্বাস্থ্যকৰ্মী, যিয়ে তেওঁলোকৰ প্ৰথমপালি টীকা গ্ৰহণ কৰিছে, আৰু ৫৪,০৪,৮৩৭ গৰাকী স্বাস্থ্যকৰ্মীয়ে তেওঁলোকৰ দ্বিতীয় পালি টীকা গ্ৰহণ কৰিছে, ৯৭,৪০,২৮১ গৰাকী আগশাৰীৰ ক্ষেত্ৰকৰ্মীয়ে (১ম পালি), ৪৩,৩৫,৪৭৩ গৰাকী আগশাৰীৰ ক্ষেত্ৰকৰ্মীয়ে (২য় পালি), ২,২৬,৪২,৩১৮ গৰাকী ৪৫ ৰ পৰা ৫৯ বছৰৰ ব্যক্তিয়ে (১ম পালি), ৪,৪৭,০৬০ গৰাকী ৪৫ ৰ পৰা ৫৯ বছৰৰ ব্যক্তিয়ে (২য় পালি), ৩,৫৭,৭৮,৬৮৪ গৰাকী ৬০ ৰ উৰ্ধ্বৰ ব্যক্তিয়ে (১ম পালি) আৰু ১০,৫৭,৭৮৫ গৰাকী ৬০ ৰ উৰ্ধ্বৰ ব্যক্তিয়ে (২য় পালি) এই টীকা গ্ৰহণ কৰিছে।

স্বাস্থ্যকৰ্মী

আগশাৰীৰ ক্ষেত্ৰকৰ্মী

৪৫ ৰ পৰা ৫৯ বছৰৰ ব্যক্তিয়ে

৬০ ৰ উৰ্ধ্বৰ

মুঠ টীকা

 

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৮৯,৬৫,৮৩৯

৫৪,০৪,৮৩৭

৯৭,৪০,২৮১

৪৩,৩৫,৪৭৩

২,২৬,৪২,৩১৮

৪,৪৭,০৬০

৩,৫৭,৭৮,৬৮৪

১০,৫৭,৭৮৫

৭,৭১,২৭,১২২

১,১২,৪৫,১৫৫

সৰ্বমুঠ ১৩,১৪,৬২৩ টা ভেকচিন আজি অৰ্থাৎ টীকাকৰণৰ ৮২তম দিনটোত নিশা ৮ বজালৈ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১২,০৪,৫৫১ গৰাকী হিতাধিকাৰীয়ে ১ম পালি আৰু ১,১০,০৭২ গৰাকী হিতাধিকাৰীয়ে ২য় পালি টীকা গ্ৰহণ কৰিছে, শেহতীয়া তথ্য অনুসৰি। চূড়ান্ত প্ৰতিবেদন তথা তথ্য আজি শেষনিশালৈ জানিব পৰা যাব।

 

তাৰিখ: এপ্ৰিল ২০২১

স্বাস্থ্যকৰ্মী

আগশাৰীৰ ক্ষেত্ৰকৰ্মী

৪৫ ৰ পৰা ৫৯ বছৰৰ ব্যক্তিয়ে

৬০ ৰ উৰ্ধ্বৰ

মুঠ টীকা

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১,৮৯৪

১০,৩০৫

৩,৬১৫

২৪,৩৪৮

৭,৯৭,৪০৭

১৫,৫২৫

৪,০১,৬৩৫

৫৯,৮৯৪

১২,০৪,৫৫১

১,১০,০৭২

 

****

MV/RD



(Release ID: 1710335) Visitor Counter : 209


Read this release in: English , Urdu , Hindi , Telugu