প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩৫সংখ্যক প্ৰগতি বাৰ্তালাপ অনুষ্ঠানত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

Posted On: 27 JAN 2021 8:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সক্ৰিয় প্ৰশাসন আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত  আঁচনিৰ সঠিক সময়ত ৰূপায়ণৰ বাবে আইচিটিভিত্তিক বহুপাক্ষিক মঞ্চৰ ৩৫সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷

বৈঠকটা প্রকল্প আৰুটা কাৰ্যসূচীকে ধৰি ১০টা বিষয়ত পর্যালোচনা কৰা হয়। পর্যালোচনা কৰা ৯টা প্ৰকল্পৰ ভিতৰত ৰেল মন্ত্ৰালয়ৰ তিনিটা, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তিনিটা,  ভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ মন্ত্ৰালয়, বিদ্যুৎ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰালয়ৰ টাকৈ আছে ওড়িশা, কর্ণাটক, অন্ধ্র প্রদেশ, মহাৰাষ্ট্র, চত্তীশগড়, পাঞ্জা, ঝাণ্ড, বিহাৰ, তেলেংগানা, ৰাজস্থান, গুজৰাট, পশ্চিমবংগ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু উত্তৰ প্রদেশসহ ১৫খন ৰাজ্য এই ৯টা প্রকল্পৰ বাবে মুঠ ৫৪,৬৭৫কোটি টকা ব্যয় হব। বৈঠক প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি আঁচনিৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে

 

প্রধানমন্ত্রীয়ে আন্তঃগাঁথনিমুলক প্রকল্পসমূহ ৰূপায়ণত দেখা দিয়া সমস্যাসমূহৰ দ্রুত সমাধান কৰিবলৈকলো বিষয়াক নির্দেশ দিয়ে তেওঁ প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি আঁচনিৰ বিষয়ে যথেষ্ট প্রচাৰৰ বাবে ফাৰ্মাচিউটিকেবিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰামর্শ দিয়াৰ লগতেকামত প্রযুক্তিৰ ব্যহাৰ কৰিবলৈ কয়৷

উল্লেখ্য যে প্রগতিৰ ৩৪সংখ্যক বৈঠক মুঠ ১৩.১৪ লাখ কোটি টকাৰ ২৮৩টা প্রকল্পৰ পর্যালোচনা কৰা হৈছিল।

*****

 

DS/AKJ/DB



(Release ID: 1693079) Visitor Counter : 140