মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

ভাৰতৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত কামধেনু আসন প্রতিষ্ঠা কৰা হ’ব- কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্ৰে

কামধেনু আসনে গৰুৰ বৈজ্ঞানিক আৰু অৰ্থনৈতিক গুৰুত্ব সম্পৰ্কে কলেজৰ যুৱকসকলক সচেতন কৰিব-ডঃ কাথিৰিয়া, অধ্যক্ষ, আৰকেএ

পোষ্ট কৰা হৈছে: 15 DEC 2020 12:05PM by PIB Guwahati

ইউজিচি,এআইচিটিই আৰু এআইইউ- সহযোগিতা ৰাষ্ট্রীয় কামধেনু আয়োগ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত কামধেনু চেয়াপ্রতিষ্ঠা কৰা সন্দৰ্ভত খন ৰাষ্ট্রীয় ৱেবিনাৰৰ আয়োজন কৰিছে।এই ৱেবিনাৰত ৰাষ্ট্রীয় কামধেনু আয়োগ অধ্যক্ষ ডঃ বল্লভভাই কাথিৰিয়াই দেশকলো কলেজ আৰু বিশ্ববিদ্যালয়সমূহত কামধেনু আসন আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় উপাচার্য আৰু মহাবিদ্যালয়ৰ প্রধানসকলৰ ওচৰত আহ্বান জনাইছেডঃ কাথিৰিয়াই কয়, আমা দেশ যুৱকসকলক কৃষি, স্বাস্থ্য, সমাজ অর্থনীতি আৰু পৰিৱেশত থলুৱা গৰুৰ গুৰুত্ব সম্পর্কে শিক্ষা প্ৰদান কৰা প্রয়োজন। বর্তমান চৰকাৰেৰু আৰুঞ্চগভ্য গুৰুত্ব ওপৰত গুৰুত্ব আৰোপ কৰিছে। আধুনিক বিজ্ঞান আৰু প্রযুক্তি সহায়ত বিষয় বিভিন্ন সুযোগ-সুবিধা বৃদ্ধি ওপৰতৱেষণা চলাই যোৱা উচিত বিতেওঁ মন্তব্য কৰে

 

ভাচৰকাৰৰ শিক্ষা মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰেই কামধেনু চেয়া প্রতিষ্ঠা কৰাৰ উদ্যোগক স্বাগতনায়তেওঁ কয়, আমা সমাজ গৰুৰ যথেষ্ গুৰুত্ব ছে। সমাজ কল্যাণ ইয়াৰ গুৰুত্ব অপৰিসীম। তেওঁ বিষয় অগ্রস হবলৈ আৰু এই উদ্যোগক সমর্থন জলাবলৈ আহ্বান জনায়শ্রী ধোত্ৰেই কয়, বহু কলেজ আৰু বিশ্ববিদ্যালয় কামধেনু চেয়া প্রতিষ্ঠা হলে পৰৱর্তী সময় অন্যান্য কলেজ আৰু বিশ্ববিদ্যালয় সেয়া অনুসণ কৰিবডঃ বল্লভভাই কাথিৰিয়া এই ঐতিহাসিক উদ্যোগ আৰু নেতৃত্বৰ বাবে তেওঁক প্রশংসা কৰে শ্রী ধোত্ৰেই

 

 

এআইচিটিই অধ্যক্ষ অধ্যাপক অনিল সহস্রবুদ্ধে কয়, আত্মনির্ভ গাঁওঢ়াৰ জৰিয়তেহে আত্মনির্ভ ভাত গঢ়া সম্ভপুৰণি জ্ঞান আৰু নতুন প্রযুক্তি মাজত সংযোগ স্থাপন জৰিয়তে নতুন আৰু উজ্জ্বল ভাত গঢ়ি তোলা সম্ভুলিতেওঁ মন্তব্য কৰেৰুৰ জৰিয়তে কৃষি ভিত্তিক অর্থনীতি অগ্রগতি অতিিজ্ঞানসন্মত বুিতেওঁ মন্তব্য কৰেডঃ কাথিৰিয়াৰ হ্বান অনুযায়ী কামধেনু গৱেষণা কেন্দ্র, কামধেনু ষ্টাডি চেণ্টাৰ আৰু কামধেনু উৎকর্ষতা কেন্দ্র আৰু কামধেনু বিশ্ববিদ্যালয় গঠননৰ বিষয়েও চিন্তা-ভাৱনা কৰা উচিত বুলিতেওঁনায়

 

ইউজিচিৰ সচিব অধ্যাপক ৰাজনীশ জৈন ডঃ কাথিৰিয়াৰ এই উদ্যোগক স্বাগত জনায় আৰু কয়, কামধেনু আসন প্রতিষ্ঠা বাবে ইউজিচিয়ে পূর্ণ সহযোগিতা প্রদান কৰিবএআইইউ সচিব প্ৰধান ডঃ পংকজ মিট্টা কয়, এই প্ৰচেষ্টালৈ পূর্ণ সমর্থন আগবঢ়োৱা হ’ব ৱেবিনাৰৰ মুকলি অধিৱেশনত ভালেসংখ্যক বিজ্ঞানী, বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা উপাচার্যসকলে ৰাষ্ট্রীয় কামধেনু আয়োগ উদ্যোগ শলাগ লয়অনুষ্ঠান সামৰণিত ডঃ কাথাৰিয়াই কয়, ৰুৰ বিভিন্ন দিশক লৈ যেতিয়া কা কৰাৰ সুযোগ-সুবিধা লাভ কৰা যাব তেতিয়া ৰাষ্ট্রীয় কামধেনু আয়োগ সংশ্লিষ্ট মন্ত্রালয়ৰ সৈতে যোগাযোগ ৰক্ষা কৰি যথাযথভাৱে সহযোগিতা প্রদান কৰি

 

 ***********

APS/MG/KG


(ৰিলিজ আই ডি : 1680981) অতিথি কক্ষ : 153