জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ট্রাইফেড-এ ট্ৰাইবছ ইণ্ডিয়া পণ্যৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে

এক নতুন প্ৰচেষ্টাই সামৰি লৈছে জগদলপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীয়ে তৈয়াৰ কৰা সামগ্ৰী

Posted On: 16 NOV 2020 4:54PM by PIB Guwahati

শেহতীয়া সপ্তাহবোৰত নতুন ধ পণ্য মূলত ৰোগ প্রতিৰো ক্ষমতা বৃদ্ধি কৰা পণ্য আৰু বনাঞ্চল সতেজ পণ্য আৰু জৈৱিক পণ্য বিক্রীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ট্রাইফেড-এট্ৰাইবছ ইণ্ডিয়াই অধিক নতুন সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ বাবে এক নতুন উদ্যোগ গ্ৰহণ কৰিছে ই সামগ্ৰীসমূহ প্ৰস্তুত কৰিছে জগদলপু কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলে

 

ট্রাইফেড পৰিচালন সঞ্চালক শ্ৰী প্রবী কৃষ্ণ কয়, ট্রাইবণ্ডিয়া দেশ জনজাতিসমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে। ছত্তিশগড় জগদলপুৰৰ কেন্দ্রীয় কাৰাগাৰৰ কয়দীসকলৰ সহযোগিতা জনজাতীয় লোকসকলৰ হাতেৰে প্ৰস্তুত কৰা শিল্পকর্মসমূহ বজাৰলৈ নিয়াছে। ইয়াৰ ফলত তেওঁলোক আৰু অধিক স্বাৱলম্বী হোৱাত সহায়ক হ’ব। আত্মনির্ভ ভাত গঢ়াৰ লক্ষ্যেৰে এই উদ্যোগ গ্রহণ কৰাছে বিতেওঁ জানিবলৈ দিয়ে। ট্রাইবণ্ডিয়া তেওঁলোকৰ তালিকাভুক্ত পণ্য অধীনত এই নতুন পণ্যসমূহকো অন্তর্ভুক্ত কৰিছে।

 

আজি ট্রাইবণ্ডিয়া নতুন তালিকাভুক্ত পণ্য মুকলি কৰে। এই তালিকা ছত্তিশগড় জগদলপুৰৰ কাৰাগাৰৰ জনজাতীয় কয়দীসকলৰ হাতেৰে তৈয়াৰী লক্ষ্মী, গণেশ, দুর্গা মূর্তি ছে। এই মূর্তিসমূহ উপহামগ্রী হিচাপে ব্যহাৰিব পৰা যাবইয়ে কাৰাগাৰৰ জনজাতীয় কয়দীসকলক স্বালম্বী হোৱাত বিশেষ সহায়  কৰিব। ট্রাইবণ্ডিয়া এই ধ হস্তশিল্প কলাক বিশ্ব দবাৰত প্ৰতিষ্ঠা কৰিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে। দেশ ১২৫ট ট্রাইবণ্ডিয়া বিপণন কেন্দ্র এই কলো নতুন পণ্য বিক্রৰাৈছে। ভোকল ফ লোকল এই মন্ত্রকে গ্ৰহণ কৰি জনজাতীয় লোকসকলৰ জী ধাৰণৰ মান উন্নত কৰা, জীআৰু জীৱিকা নির্বাহ পথ দেখুওৱাৰ ক্ষেত্ৰত ট্রাইব ইণ্ডিয়া আগবাঢ়ি আহিছে। তেওঁলোকৰ ই-মার্কেট স্থানত জনজাতীয় লোকসকলে প্ৰস্তুত ৰা হস্তশিল্প কলা দাঙিৰাৈছেইয়াৰ জৰিয়তে সুস্থায়ী আৰু প্রাচীন ঐতিহ্যশালী ভাৰ এক নির্দশন প্ৰকট হৈ পৰিছে

 

এই সামগ্ৰীসমূহৰ বাবে অনুগ্ৰহ কৰি market.tribesindia.comৱেবছাইট চাব পাৰে।

 

 ******

NB/SK/KG



(Release ID: 1673356) Visitor Counter : 193