পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ছেপ্টেম্বৰ, ২০২০ত মাহিলী উৎপাদনৰ প্ৰতিবেদন

Posted On: 23 OCT 2020 5:32PM by PIB Guwahati

১৷ খাৰুৱা তেলৰ পাদন

২০২০ৰ ছেপ্টেম্বৰ মাহত খাৰুৱা তেলৰ উপাদন আছিল ২,৪৮৬.৫২ টিএমটি৷ এই উপাদন পৰিমাণ নিৰ্ধাৰিত লক্ষ্যতকৈ ৬.৯৪% আৰু ২০১৯ৰ ছেপ্টেম্বৰ মাহতকৈ ৬.০৫%কম৷ ২০২০ৰ এপ্ৰিল-ছেপ্টেম্বৰলৈকে সামূহিক খাৰুৱা তেলৰ উপাদনৰ পৰিমাণ আছিল ১৫৩৭২.৭৯ টিএমটি৷ এই উপাদন পৰিমাণ নিৰ্ধাৰিত লক্ষ্যতকৈ ৪.৬৪% আৰু ২০১৯ৰ ছেপ্টেম্বৰ মাহতকৈ ৬.১০%কম৷

তালিকা-১: খাৰুৱা তেলৰ উপাদন (টিএমটিত)

তেল কোম্পানী

লক্ষ্য

ছেপ্টেম্বৰ (মাহ)

April-September (Cumulative)

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

2019-20

% বিগত বৰ্ষৰ

2020-21

2019-20

% over last year

লক্ষ্য

পাদন

পাদন

লক্ষ্য

Prod.*

Prod.

ONGC

20931.54

1728.72

1638.71

1667.57

98.27

10499.38

10153.89

10252.13

99.04

OIL

3268.00

261.84

245.44

259.48

94.59

1562.02

1485.42

1614.27

92.02

PSC Fields

8265.00

681.38

602.38

719.48

83.72

4060.06

3733.47

4505.58

82.86

মুঠ

32464.53

2671.94

2486.52

2646.52

93.95

16121.47

15372.79

16371.98

93.90

টোকাঃ ১৷ ২০২০-২১ বৰ্ষৰ বাবে নিৰ্ধাৰিত লক্ষ্য চূড়ান্ত নহয়,

২৷ মুঠ পৰিমাণ ৰাউণ্ড অফ কৰা হৈছে৷

 

 

তথ্য-১: মাহিলী খাৰুৱা তেলৰ উপাদন

২৷ প্ৰাকৃতিক গেছ

২০২০ৰ ছেপ্টেম্বৰ মাহত প্ৰাকৃতিক গেছৰ উপাদনৰ পৰিমাণ আছিল ২২৯৩.৫২ এমএমএছচিএম, যিটো নিৰ্ধাৰিত লক্ষ্যতকৈ ১৮.০৭%  আৰু বিগত বৰ্ষতকৈ ১০.৬৯% কম৷ ২০২০ৰ এপ্ৰিল-ছেপ্টেম্বৰলৈকে সামূহিক প্ৰাকৃতিক গেছৰ উপাদনৰ পৰিমাণ আছিল ১৩৯৫৩.৬৭ এমএমএছচিএম৷এই উপাদন পৰিমাণ নিৰ্ধাৰিত লক্ষ্যতকৈ ১৩.১১% আৰু ২০১৯ৰ ছেপ্টেম্বৰ মাহতকৈ ১২.৮২%কম৷

তালিকা-২: প্ৰাকৃতিক গেছৰ উপাদন (এমএমএছচিএমত)

তেল কোম্পানী

লক্ষ্য

ছেপ্টেম্বৰ (মাহ)

April-September (Cumulative)

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

2019-20

 

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

% over last year

লক্ষ্য

পাদন

পাদন

লক্ষ্য

Prod.*

Prod.

ONGC

24437.08

2005.75

1782.61

1913.42

93.16

12232.45

10979.09

12071.71

90.95

OIL

3181.54

280.40

200.66

231.72

86.60

1560.38

1241.80

1384.38

89.70

PSC Fields

6826.82

513.15

310.25

422.98

73.35

2265.79

1732.78

2549.03

67.98

মুঠ

34445.44

2799.30

2293.52

2568.11

89.31

16058.62

13953.67

16005.12

87.18

টোকাঃ ১৷ ২০২০-২১ বৰ্ষৰ বাবে নিৰ্ধাৰিত লক্ষ্য চূড়ান্ত নহয়,

২৷ মুঠ পৰিমাণ ৰাউণ্ড অফ কৰা হৈছে৷

 

তথ্য-২: প্ৰাকৃতিক গেছৰ মাহিলী উপাদন

৩৷ খাৰুৱা তেলৰ সংসাধন (ক্ৰুড থ্ৰুপুট)

২০২০ৰ ছেপ্টেম্বৰ মাহত খাৰুৱা তেলৰ সংসাধনৰ পৰিমাণ আছিল ১৭৭০৬.৮৫ টিএমটি, যিটো নিৰ্ধাৰিত লক্ষ্যতকৈ ১৪.৭৫% আৰু বিগত বৰ্ষতকৈ ৮.৮০% কম৷ ২০২০ৰ এপ্ৰিল-ছেপ্টেম্বৰলৈকে সামূহিক খাৰুৱা তেলৰ সংসাধনৰ পৰিমাণ আছিল ১০০১৬৬.০৬টিএমটি৷এই উপাদন পৰিমাণ নিৰ্ধাৰিত লক্ষ্যতকৈ ১৮.৯৬% আৰু ২০১৯ৰ ছেপ্টেম্বৰ মাহতকৈ ২০.৩৩%কম৷

 

তালিকা-৩: খাৰুৱা তেলৰ সংসাধন (ক্ৰুড থ্ৰুপুট) (টিএমটিত)

তেল কোম্পানী

লক্ষ্য

ছেপ্টেম্বৰ (মাহ)

April-September (Cumulative)

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

2019-20

 

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

2019-20

লক্ষ্য

পাদন

পাদন

লক্ষ্য

পাদন

Prod.

চিপিএছই

148031.12

12037.03

9732.67

10744.13

90.59

71403.92

54632.82

71184.40

76.75

IOCL

72499.86

6033.24

4656.72

5162.11

90.21

35086.15

26899.27

34820.22

77.25

BPCL

30499.95

2070.00

1889.75

2257.22

83.72

15155.21

10664.17

15205.53

70.13

HPCL

17867.47

1506.38

1398.38

1379.24

101.39

9188.89

8033.14

8484.47

94.68

CPCL

9000.00

900.00

769.87

743.43

103.56

3540.00

3383.31

5188.76

65.20

NRL

2700.00

222.00

198.15

210.96

93.93

1353.00

1268.38

1394.36

90.96

MRPL

15400.00

1300.00

812.52

984.14

82.56

7050.00

4346.94

6047.41

71.88

ONGC

63.83

5.42

7.29

7.03

103.73

30.66

37.60

43.65

86.15

JVs

14772.00

1197.00

1505.07

1134.55

132.66

7299.00

7640.58

9640.09

79.26

BORL

7800.00

640.00

489.28

532.38

91.91

3900.00

2511.18

3779.07

66.45

HMEL

6972.00

557.00

1015.78

602.18

168.69

3399.00

5129.40

5861.02

87.52

Private

89515.16

7536.32

6469.12

7536.32

85.84

44903.78

37892.67

44903.78

84.39

RIL

68894.99

5894.55

5008.97

5894.55

84.98

34503.02

28976.86

34503.02

83.98

NEL

20620.18

1641.76

1460.15

1641.76

88.94

10400.76

8915.81

10400.76

85.72

মুঠ

252318.28

20770.35

17706.85

19415.00

91.20

123606.70

100166.06

125728.27

79.67

টোকাঃ ১৷ ২০২০-২১ বৰ্ষৰ বাবে নিৰ্ধাৰিত লক্ষ্য চূড়ান্ত নহয়,

২৷ মুঠ পৰিমাণ ৰাউণ্ড অফ কৰা হৈছে৷

 

তথ্য-৩: খাৰুৱা তেলৰ সংসাধন (ক্ৰুড থ্ৰুপুট)

৪৷ পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উপাদন

২০২০ৰ ছেপ্টেম্বৰ মাহত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উপাদনৰ পৰিমাণ আছিল ১৮০০০.৮৩ টিএমটি, যিটো নিৰ্ধাৰিত লক্ষ্যতকৈ ১৪.৯২% আৰু বিগত বৰ্ষতকৈ ৯.৪৯% কম৷ ২০২০ৰ এপ্ৰিল-ছেপ্টেম্বৰলৈকে সামূহিক পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উপাদনৰ পৰিমাণ আছিল ১০৭২৮৮.৫২টিএমটি৷এই উপাদন পৰিমাণ নিৰ্ধাৰিত লক্ষ্যতকৈ ১৪.৮৮% আৰু ২০১৯ৰ ছেপ্টেম্বৰ মাহতকৈ ১৬.২৬%কম৷

তালিকা-৪: পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উপাদন (টিএমটি)

তেল কোম্পানী

লক্ষ্য

ছেপ্টেম্বৰ (মাহ)

April-September (Cumulative)

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

2019-20

 

2020-21 (এপ্ৰিল-মাৰ্চ)

2020-21

% over last year

লক্ষ্য

পাদন

পাদন

লক্ষ্য

Prod.*

Prod.

CPSE

139203.86

11316.37

9095.89

10080.59

90.23

67174.07

51638.08

66922.75

77.16

IOCL

68912.87

5736.79

4458.82

4924.52

90.54

33332.73

25688.84

33015.44

77.81

BPCL

28965.13

1961.59

1815.91

2092.41

86.79

14417.25

10250.43

14262.35

71.87

HPCL

16438.97

1389.61

1219.62

1210.76

100.73

8462.32

7539.52

7861.78

95.90

CPCL

8278.87

835.00

692.81

703.10

98.54

3213.11

3055.04

4787.82

63.81

NRL

2660.91

218.71

184.10

210.68

87.38

1334.10

1259.83

1348.18

93.45

MRPL

13887.11

1169.58

717.54

932.45

76.95

6385.73

3808.38

5606.33

67.93

ONGC

60.00

5.10

7.10

6.66

106.50

28.82

36.03

40.85

88.18

JVs

13590.40

1100.92

1415.09

1119.83

126.37

6714.20

7099.17

8991.63

78.95

BORL

6958.40

570.92

438.62

519.75

84.39

3480.20

2148.82

3463.19

62.05

HMEL

6632.00

530.00

976.47

600.07

162.73

3234.00

4950.36

5528.44

89.54

Private

102154.50

8339.79

7152.75

8339.79

85.77

49837.80

46464.07

49837.80

93.23

RIL

82374.12

6760.93

5787.13

6760.93

85.60

39886.43

37844.09

39886.43

94.88

NEL

19780.38

1578.86

1365.62

1578.86

86.49

9951.37

8619.98

9951.37

86.62

Total Refinery

254948.76

20757.08

17663.73

19540.20

90.40

123726.07

105201.32

125752.17

83.66

Fractionators

4572.73

399.64

337.08

349.10

96.56

2322.06

2087.20

2371.22

88.02

মুঠ

259521.49

21156.72

18000.82

19889.30

90.51

126048.13

107288.52

128123.40

83.74

টোকাঃ ১৷ ২০২০-২১ বৰ্ষৰ বাবে নিৰ্ধাৰিত লক্ষ্য চূড়ান্ত নহয়,

২৷ মুঠ পৰিমাণ ৰাউণ্ড অফ কৰা হৈছে৷

 

তথ্য৪: পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মাহিলী উপাদন

Annexure-I

Annexure-II

Annexure-III

Annexure-IV

Annexure-V

 

YB/SK/DB



(Release ID: 1667273) Visitor Counter : 73