গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত ধান সংগ্ৰহ সুচাৰুৰূপে আগবাঢ়িছে

২৮,৭১৫জন কৃষকক লাভবান কৰি ৩.৬৫ মেট্ৰিক টন ধান সংগৃহীত

प्रविष्टि तिथि: 03 OCT 2020 6:29PM by PIB Guwahati

২০২০-২১ৰ বাবে ধান সংগ্ৰহৰ কাম সুচাৰুৰূপে চলি আছে আৰু বৰ্তমানলৈকে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ এই তিনিখন ৰাজ্যত আৰম্ভ কৰা হৈছে। ০২-১০-২০২০ত, ২০২০-২১ৰ বাবে কে এম এছত সংগৃহীত মুঠ ধানৰ পৰিমাণ হৈছে ৩,৬৫,১৭০ মেট্ৰিক টন। লাভবান হোৱা কৃষকৰ মুঠ সংখ্যা হৈছে ২৮,৭১৫ আৰু বহিৰ্গমন হোৱা মুঠ ন্যূনতম সমৰ্থন মূল্য (এম এছ পি) হৈছে ৬৮৯.৪৪ কোটি টকা। এসপ্তাহৰ ভিতৰতে ধান সংগ্ৰহৰ এই কাম তুংগত উঠিছে।

২ অক্টোবৰ, ২০২০ত কপাহৰ কোনো এম এছ পি ক্ৰয় সম্পন্ন হোৱা নাই, আৰু ৰাষ্ট্ৰীয় বন্ধ দিন হোৱা বাবে, বজাৰ স্থলীত কোনো এফ এ কিউ গ্ৰেড আহি পোৱা নাই।

 

******

APS/MS


(रिलीज़ आईडी: 1661491) आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi