বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰতৰ উত্পাদক-বাণিজ্য : ছেপ্টেম্বৰ ২০২০ৰ বাবে প্ৰাথমিক তথ্য

২০১৯ৰ ছেপ্টেম্বৰৰ ২৬.০২ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ বাণিজ্যিক ৰপ্টানীৰ পৰিমাণ ৫.২৭% বৃদ্ধিৰে হ’ল ২৭.৪০ বিলিয়ন মাৰ্কিন ডলাৰ

২০১৯ৰ ছেপ্টেম্বৰৰ ৩৭.৬৯ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ বাণিজ্যিক আমদানীৰ পৰিমাণ ১৯.৬০% হ্ৰাসৰে হ’ল ৩০.৩১ বিলিয়ন মাৰ্কিন ডলাৰ

২০১৯ৰ ছেপ্টেম্বৰৰ ১১.৬৭ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ শুদ্ধ বাণিজ্যিক ঘাটিৰ পৰিমাণ ৭৫.০৬% লক্ষ্যণীয় উথ্থানৰে হ’লগৈ ২.৯১ বিলিয়ন মাৰ্কিন ডলাৰ

২০১৯ৰ ছেপ্টেম্বৰৰ ১৯ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ অনা পেট্ৰোলিয়াম, অনা মণি-মুকুতা আৰু আ-অলংকাৰ সামগ্ৰীৰ বাণিজ্যিক ৰপ্টানীৰ পৰিমাণ ১১.১২% ইতিবাচক বৃদ্ধিৰে হ’লগৈ ২১.১১ বিলিয়ন মাৰ্কিন ডলাৰ

২০১৯ৰ ছেপ্টেম্বৰৰ ২৫.১৪ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ অনা তৈল, অনা সোণ সামগ্ৰীৰ বাণিজ্যিক আমদানীৰ পৰিমাণ ১৩.২৯% নেতিবাচক বৃদ্ধিৰে হ’লগৈ ২১.৮০ বিলিয়ন মাৰ্কিন ডলাৰ

২০১৯ৰ তুলনাত ২০২০ৰ ছেপ্টেম্বৰত ৰপ্টানীৰ ক্ষেত্ৰত ইতিবাচক উথ্থানৰ নিদৰ্শন দাঙি ধৰা ৫বিধ সামগ্ৰী হ’ল : অন্য খাদ্য দ্ৰব্য(৩০৪.৭১%), লো-আকৰ(১

Posted On: 02 OCT 2020 2:17PM by PIB Guwahati

২০১৯ৰ ছেপ্টেম্বৰৰ ২৬.০২ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ বাণিজ্যিক ৰপ্টানীৰ পৰিমাণ ৫.২৭% বৃদ্ধিৰে হয়গৈ ২৭.৪০ বিলিয়ন মাৰ্কিন ডলাৰ। সেইদৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজৰ সময়ছোৱাত ভাৰতে ১২৫.০৬ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সামগ্ৰী ৰপ্টানী কৰে। অৱশ্যে এই পৰিমাণ পূৰ্বৱৰ্তি বৰ্ষৰ এই একেছোৱা সময়ত হোৱা ৰপ্টানী পৰিমাণতকৈ ২১.৪৩% কম আছিল। ইফালে, ২০১৯ৰ ছেপ্টেম্বৰৰ ৩৭.৬৯ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ বাণিজ্যিক আমদানীৰ পৰিমাণ ১৯.৬০% হ্ৰাসৰে হয়গৈ ৩০.৩১ বিলিয়ন মাৰ্কিন ডলাৰ। সেইদৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজৰ সময়ছোৱাত ভাৰতে ১৪৮.৬৯ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সামগ্ৰী আমদানী কৰে। অৱশ্যে এই পৰিমাণ পূৰ্বৱৰ্তি বৰ্ষৰ এই একেছোৱা সময়ত হোৱা আমদানী ২৪৮.০৮বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত ৪০.০৬% কম আছিল।  সেই হিচাপত ২০১৯ৰ ছেপ্টেম্বৰৰ ১১.৬৭ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ শুদ্ধ বাণিজ্যিক ঘাটিৰ পৰিমাণ ৭৫.০৬% লক্ষ্যণীয় উথ্থানৰে হয়গৈ ২.৯১ বিলিয়ন মাৰ্কিন ডলাৰ।

 

২০১৯ৰ ছেপ্টেম্বৰৰ ১৯ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ অনা পেট্ৰোলিয়াম, অনা মণি-মুকুটা আৰু আ-অলংকাৰ সামগ্ৰীৰ বাণিজ্যিক ৰপ্টানীৰ পৰিমাণ ১১.১২% ইতিবাচক বৃদ্ধিৰে হয়গৈ ২১.১১ বিলিয়ন মাৰ্কিন ডলাৰ। সেইদৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজৰ সময়ছোৱাত ভাৰতে ১০৪.৩৫ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সামগ্ৰী ৰপ্টানী কৰে। অৱশ্যে এই পৰিমাণ পূৰ্বৱৰ্তি বৰ্ষৰ এই একেছোৱা সময়ত হোৱা ৰপ্টানী পৰিমাণ ১১৮.৬৫ বিলিয়ন মাৰ্কিন ডলাৰতকৈ ১২.০৫% কম আছিল।

২০১৯ৰ ছেপ্টেম্বৰৰ ২৫.১৪ বিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে ছেপ্টেম্বৰ ২০২০ত ভাৰতৰ অনা তৈল, অনাৰ সোণ সামগ্ৰীৰ বাণিজ্যিক আমদানীৰ পৰিমাণ ১৩.২৯শতাংশ নেতিবাচক বৃদ্ধিৰে হলগৈ ২১.৮০ বিলিয়ন মাৰ্কিন ডলাৰ।

২০১৯ৰ তুলনাত ২০২০ৰ ছেপ্টেম্বৰত ৰপ্টানীৰ ক্ষেত্ৰত ইতিবাচক উথ্থানৰ নিদৰ্শন দাঙি ধৰা ৫বিধ সামগ্ৰী হ : অন্য খাদ্য দ্ৰব্য(৩০৪.৭১%), লো-আকৰ(১০৯.৫২%), চাউল(৯২.৪৪%), তৈল ভোজন(৪৩.৯০%), কাৰ্পেট(৪২.৮৯%)।

 

সেইদৰে, ২০১৯ৰ তুলনাত ২০২০ৰ ছেপ্টেম্বৰত আমদানীৰ ক্ষেত্ৰত নেতিবাচক উথ্থানৰ নিদৰ্শন দাঙি ধৰা ৫বিধ সামগ্ৰী হল : ৰূপ(-৯৩.৯২%), কপাহ অপৰিশোধিত/পেলনীয়া (-৮২.০২%), নিউজ প্ৰিণ্ট(-৬২.৪৪%), সোণ(-৫২.৮৫%), পৰিবহণ উপকৰণ(-৪৭.০৮%)।

 

উত্পাদক বাণিজ্য : প্ৰাথমিক তথ্য, ছেপ্টেম্বৰ ২০২০

সংক্ষিপ্ত মূল্য মাৰ্কিন ডলাৰত

 

মুঠ

অনা পেট্ৰোলিয়াম

অনা পেট্ৰোলিয়াম আৰু মণি-মুকুতা-আ-অলংকাৰ

 

2019-20

2020-21

% পৰিৱৰ্তন

2019-20

2020-21

% পৰিৱৰ্তন

2019-20

2020-21

% পৰিৱৰ্তন

ৰপ্টানী

26.02

27.4

5.27

22.59

23.81

5.44

19.00

21.11

11.12

আমদানী

37.69

30.31

-19.6

28.61

24.49

-14.41

25.14

21.80

-13.29

ঘাটি

-11.67

-2.91

-75.06

-6.02

-0.67

-88.87

-6.14

-0.68

-88.85

 

শীৰ্ষ সামগ্ৰী গোটৰ পৰিৱৰ্তন মূল্য মাৰ্কিন ডলাৰত

 

শীৰ্ষ বৃদ্ধি

শীৰ্ষ অৱনমন

 

সামগ্ৰী গোট

মূল্যৰ

পৰিৱৰ্তন

% পৰিৱৰ্তন

সামগ্ৰী গোট

মূল্যৰ

পৰিৱৰ্তন

% পৰিৱৰ্তন

ৰপ্টানী

ঔষধ-পাতি

438.88

24.36

মণি-মুকুতা, আ-অলংকাৰ

-884.54

-24.66

চাউল

345.77

92.44

হাতে কটা সুতা/কাপোৰ ইত্যাদি

-36.09

-9.13

আভিযান্ত্ৰিক সামগ্ৰী

244.16

3.73

সামুদ্ৰিক উত্পাদন

-34.40

-5.41

আমদানী

ইলেক্ট্ৰনিক সামগ্ৰী

196.73

3.46

পেট্ৰোলিয়াম, খাৰুৱা তেল আৰু অন্যন্য সামগ্ৰী

-3263.53

-35.92

লো-আকৰ অন্যান্য খনিজ সামগ্ৰী

176.14

42.80

যান্ত্ৰিক, বৈদ্যুতিক আৰু অনা-বৈদ্যুতিক সামগ্ৰী

-1302.57

-36.76

চিকিত্সা তথা ঔষধী সামগ্ৰী

136.37

27.58

পৰিবহণ উপকৰণ

-772.33

-47.08

 

***

YB/KB


(Release ID: 1661170) Visitor Counter : 175