পঞ্চায়তীৰাজ মন্ত্ৰালয়

গ্ৰামাঞ্চলৰ স্থানীয় স্বশাসিত সংস্থাসমূহক অনুদান

Posted On: 20 SEP 2020 4:09PM by PIB Guwahati

পঞ্চদশ বিত্তীয় কমিশ্যনে ২০২০-২১ প্ৰতিবেদনত ২৮খন ৰাজ্যৰ গ্ৰামাঞ্চলৰ স্থানীয় স্বশাসিত সংস্থাসমূহক আৰ্থিক অনুদান দিয়াৰ প্ৰস্তাৱ দিছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিভিন্ন পৰ্যায়ত এই অনুদান দিয়াৰ পৰামৰ্শ দিয়া হয় কমিশ্যনে প্ৰস্তাৱত লগতে জনায় যে পঞ্চম আৰু ষষ্ঠ অনুসূচীভুক্ত অঞ্চলবিলাকৰ বাবে এককালীন অনুদান দিব পৰা যায় এই অনুদান দুই ধৰণে দিয়া হয়-- বেছিক বা মৌলিক অনুদান আৰু টাইড বা আংশিক অনুদান (৫০ : ৫০)ভিত্তিক মৌলিক অনুদান স্থানীয় স্বশাসিত সংস্থাসমূহৰ নিৰ্দিষ্ট অঞ্চলভিত্তিক চাহিদা অনুসৰি খৰচ কৰিব পাৰে অৱশ্যে বেতন বা অন্যান্য প্ৰতিষ্ঠানিক শিতানত খৰচ কৰিব নোৱাৰিব আনহাতে, টাইড বা সমানুপাতিক হাৰত দিবলগীয়া অনুদান মৌলিক সেৱা যেনে নিষ্কাষন, বৰ্জ্য পৰিচালনা, উন্মুক্ত স্থানত মল ত্যাগ, খোৱা পানী সৰবৰাহ, বৰষুণৰ পানী সংৰক্ষণ আৰু পানীৰ পুনৰ ব্যৱহাৰৰ দৰে কামত খৰচ কৰিব পাৰে গ্ৰামাঞ্চলৰ স্থানীয় স্বশাসিত সংস্থাসমূহে সমানুপাতিক হাৰত দিয়া অনুদানৰ আধা সম্ভৱ 'লে দুটা পৰিসেৱাৰ ৰূপায়ণ শিতানত কামত লগাব পাৰে পঞ্চম বিত্তীয় আয়োগে ২০২০-২১ত মুঠ ৬০ হাজাৰ ৭৫০ কোটি টকা অনুদান দিয়াৰ প্ৰস্তাৱ মঞ্জুৰ কৰিছে গ্ৰামাঞ্চলৰ স্থানীয় স্বশাসিত সংস্থাসমূহক দুটা সমান কিস্তিত এই অনুদান দিয়া '

 

ইতিমধ্যেই পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি, মৌলিক অনুদান আৰু সমানুপাতিক হাৰত দিবলগীয়া অনুদান হিচাপে বিত্ত মন্ত্ৰালয়ৰ পক্ষৰ পৰা ৰাজ্যসমূহক যোৱা ১৭ জুন আৰু ১৫ জুলাইত দুটা কিস্তিৰ প্ৰতিবাৰতে ১৫ হাজাৰ ১৮৭ কোটি ৫০ লাখ টকাকৈ দিয়া হৈছিল

 

পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি, ৰাজ্যভিত্তিক যোগান ধৰা আৰু দিবলগীয়া ধনৰ পৰিমাণ তলত দিয়া ধৰণৰঃ

 

 

ক্ৰমিক

নং

ৰাজ্য

২০২০-

২১ৰ বাবে

যোগান

প্ৰথম কিস্তি

মুঠ ধনৰ পৰিমাণ

বেছিক

টাইড

           

 

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

অন্ধ্ৰপ্ৰদেশ

অৰুণাচল প্ৰদেশ

অসম

বিহাৰ

ছত্তিশগড়

গোৱা

গুজৰাট

হাৰিয়ানা

হিমাচল প্ৰদেশ

ঝাৰখণ্ড

কৰ্ণাটক

কেৰালা

মধ্যপ্ৰদেশ

মহাৰাষ্ট্ৰ

মণিপুৰ

মেঘালয়

মিজোৰাম

নগালেণ্ড

উৰিষ্যা

পঞ্জাৱ

ৰাজস্থান

ছিক্কিম

তামিলনাডু

তেলেংগানা

ত্ৰিপুৰা

উত্তৰ প্ৰদেশ

উত্তৰাখণ্ড

পশ্চিম বংগ

 

 

সৰ্বমুঠ

২৬২৫

২৩১

১৬০৪

৫০১৮

১৪৫৪

৭৫

৩১৯৫

১২৬৪

৪২৯

১৬৮৯

৩২১৭

১৬২৮

৩৯৮৪

৫৮২৭

১৭৭

১৮২

৯৩

১২৫

২২৫৮

১৩৮৮

৩৮৬২

৪২

৩৬০৭

১৮৪৭

১৯১

৯৭৫২

৫৭৪

৪৪১২

৬৫৬.২৫

৫৭.৭৫

৪০১

১২৫৪.

৩৬৩.

১৮.৭৫

৭৯৮.৭৫

৩১৬

১০৭.২৫

৪২২.২৫

৮০৪.২৫

৪০৭

৯৯৬

১৪৫৬.৭৫

৪৪.২৫

৪৫.

২৩.২৫

৩১.২৫

৫৬৪.

৩৪৭

৯৬৫.

১০.

৯০১.৭৫

৪৬১.৭৫

৪৭.৭৫

২৪৩৮

১৪৩.

১১০৩

 

৬৫৬.২৫

৫৭.৭৫

৪০১

১২৫৪.

৩৬৩.

১৮.৭৫

৭৯৮.৭৫

৩১৬

১০৭.২৫

৪২২.২৫

৮০৪.২৫

৪০৭

৯৯৬

১৪৫৬.৭৫

৪৪.২৫

৪৫.

২৩.২৫

৩১.২৫

৫৬৪.

৩৪৭

৯৬৫.

১০.

৯০১.৭৫

৪৬১.৭৫

৪৭.৭৫

২৪৩৮

১৪৩.

১১০৩

 

১৩১২.

১১৫.

৮০২

২৫০৯

৭২৭

৩৭.

১৫৯৭.

৬৩২

২১৪.

৮৪৪.

১৬০৮.

৮১৪

১৯৯২

২৯১৩.

৮৮.

৯১

৪৬.

৬২.

১১২৯

৬৯৪

১৯৩১

২১

১৮০৩.

৯২৩.

৯৫.

৪৮৭৬

২৮৭

২২০৬

 

 

৬০,৭৫০

১৫,১৮৭.

১৫,১৮৭.

৩০,৩৭৫

 

 

******

CG/BD/SB


(Release ID: 1657143) Visitor Counter : 131