গৃহ মন্ত্ৰালয়

পাকিস্তানী উগ্ৰপন্থী/সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ

Posted On: 16 SEP 2020 3:29PM by PIB Guwahati

বিগত দুটা দিনত আৰু চলিত বছৰত (২০২০ৰ জুলাই পৰ্যন্ত) জম্মু আৰু কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ সবিশেষ তলত দিয়া ধৰণেঃ-

 

 

বছৰ

অনুপ্ৰৱেশৰ প্ৰচেষ্টাৰ সংখ্যা

গণনাকৃত মুঠ অনুপ্ৰৱেশৰ সংখ্যা

২০১৮

৩২৮

১৪৩

২০১৯

২১৯

১৪১

২০২০ (জুলাইলৈকে)

৪৭

২৮

 

বিগত দুটা বছৰ আৰু চলিত বছৰত (০৯.০৯.২০২০ পৰ্যন্ত) জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদী হিংসাত্মক কাৰ্যত নিহত আৰু গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীৰ মাহভিত্তিক সংখ্যা তলত দিয়া ধৰণেঃ-

 

 

 

মাহ

সন্ত্ৰাসবাদী নিহত হয়

সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হয়

২০১৮

২০১৯

২০২০

২০১৮

২০১৯

২০২০

জানুৱাৰী

১৭

১৭

ফেব্ৰুৱাৰী

২৩

-

মাৰ্চ

২২

২২

-

-

এপ্ৰিল

২০

১১

২৮

মে'

১৯

২৮

১৫

-

জুন

২৩

২৪

৪৯

-

জুলাই

১২

২১

-

আগষ্ট

২৫

১৮

-

-

ছেপ্টেম্বৰ

৩৩

-

অক্টোবৰ

৩০

 

 

নবেম্বৰ

৩৮

 

 

ডিচেম্বৰ

১৯

-

 

 

মুঠ

২৫৭

১৫৭

১৬৮

১৭

২০

 

বিগত দুটা বছৰ আৰু চলিত বছৰত জীৱনাহুতি দিয়া সেনা জোৱান তলত দিয়া ধৰণেঃ-

 

 

২০১৮

২০১৯

২০২০(০৯.০৯.২০২০ পৰ্যন্ত)

৩৭

২১

১৮

 

সীমাৰ সিপাৰৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ ভাৰত চৰকাৰে এক বহুমুখী পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে আন্তৰ্জাতিক সীমান্ত/নিয়ণ্ত্ৰণ ৰেখা, ব'ৰ্ডাৰ ফেঞ্চিঙত বহু স্তৰীয় নিয়োগ, উন্নত চোৰাংচোৱা আৰু সমন্বিত  অভিযান, নিৰাপত্তা বাহিনীক উন্নত অস্ত্ৰশস্ত্ৰৰ যোগান আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সক্ৰিয় কাৰ্যপন্থা গ্ৰহণ।

 

তদুপৰি, সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ নিৰাপত্তা বাহিনীয়ে তপৰতাৰে কৰ্ডন এণ্ড ছাৰ্চ অপাৰেচন (চি এ এছ অ')ৰ লগতে সকলো যাৱতীয় প্ৰতিৰোধমূলক আৰু আগতীয়া পদক্ষেপ গ্ৰহণ কৰিছে।

 

আজি ৰাজ্যসভাত এক লিখিত উত্তৰত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰী জি কিষান ৰেড্ডীয়ে এই কথা কয়।

 

******

NW/RK/PK/DDD/378


(Release ID: 1655325)