বিত্ত মন্ত্ৰালয়

বিনিময় হাৰৰ জাননী নং ৫৯/২০২০-সীমা শুল্ক (এন.টি)

Posted On: 16 JUL 2020 5:39PM by PIB Guwahati

সীমা শুল্ক অধিনিয়ম, ১৯৬২(১৯৬২ৰ ৫২)ৰ ১৪নং ধাৰাত প্ৰদত্ত অধিকাৰ অধীনত জাননী নং ৫৫/২০২০ সীমা শুল্ক (এন.টি) তাৰিখ ২ জুলাই, ২০২০ৰ অধিক্ৰমণ কৰি এনে অধিক্ৰমণ পূৰ্বতে কৰা অথবা আঁতৰ কৰা দিশক বাদ দি কেন্দ্ৰীয় পৰোক্ষ কৰ তথা সীমা শুল্ক পৰিষদৰ দ্বাৰা এইটো নিৰ্ধাৰিত কৰা হৈছে সংলগ্ন প্ৰত্যেক অনুসূচী-১ আৰু অনুসূচী-২ৰ স্তম্ভ (২)ত উল্লেখিত প্ৰত্যেক বিদেশী মুদ্ৰাৰ ভাৰতীয় মুদ্ৰাৰ বিনিময়ৰ হাৰ ১৭ জুলাই, ২০২০ৰ পৰা সেইটো নিৰ্ধাৰণ কৰা হৈছে, যিটো উল্লেখিত আমদানি আৰু ৰপ্তানি সামগ্ৰীৰ ক্ষেত্ৰত উক্ত ধাৰাৰ উদ্দেশ্যে স্তম্ভ (৩)ত দিয়া পৰিসংখ্যা কাৰ্যকৰী হ’ব৷

অনুসূচী-

ক্ৰ, নং.

বিদেশী মুদ্ৰা

ভাৰতীয় মুদ্ৰাৰ সমপৰিমাণত প্ৰতিগোট বিদেশী মুদ্ৰাৰ বিনিময় হাৰ

  • )

()

()

 

 

()

()

 

 

(আমদানিকৃত সামগ্ৰীৰ বাবে)

(ৰপ্তানিকৃ সামগ্ৰীৰ বাবে)

.

অষ্ট্ৰেলিয়ান ডলাৰ

৫৩.৮০

৫১.৫০

.

বাহৰেইনী দিনাৰ

২০৬.০০

১৯৩.৪৫

.

কানাডিয়ান ডলাৰ

৫৬.৭০

৫৪.৭৫

.

চাইনীজ য়ুৱান

১০.৯০

১০.৬০

.

ডেনিছ ক্ৰনাৰ

১১.৭৫

১১.৩০

.

ইউৰো

৮৭.৩৫

৮৪.২৫

.

হংকং ডলাৰ

.৯০

.৫৫

.

কুৱেইটি দিনাৰ

২৫২.৩৫

২৩৬.৯০

.

নিউজিলেণ্ড ডলাৰ

৫০.৭০

৪৮.৪৫

১০.

নৰৱেজিয়ান ক্ৰনাৰ

.২০

.৯৫

১১.

পাউণ্ড ষ্টাৰ্লিং

৯৬.১০

৯২.৮৫

১২.

কাটাৰী ৰিয়াল

২১.৩৫

২০.০৫

১৩.

ছৌদি আৰৱিয়ান ৰিয়াল

২০.৭০

১৯.৪৫

১৪.

ছিংগাপুৰ ডলাৰ

৫৪.৯৫

৫৩.১৫

১৫.

ছাউথ আফ্ৰিকান ৰাণ্ড

.৬৫

.৩৫

১৬.

ছুইডিছ ক্ৰনাৰ

.৪০

.১৫

১৭.

ছুইছ ফ্ৰাংক

৮১.১৫

৭৮.০৫

১৮.

তুৰ্কিছ লিৰা

১১.৩০

১০.৬৫

১৯.

ইউএই ডাৰহাম

২১.১৫

১৯.৮৫

২০.

মাৰ্কিন ডলাৰ

৭৬.১০

৭৪.৪০

 

অনুসূচী-

ক্ৰ, নং.

বিদেশী মুদ্ৰা

ভাৰতীয় মুদ্ৰাৰ সমপৰিমাণত প্ৰতি ১০০গোট বিদেশী মুদ্ৰাৰ বিনিময় হাৰ

  • )

()

()

 

 

(a)

(b)

 

 

(আমদানিকৃত সামগ্ৰীৰ বাবে)

(ৰপ্তানিকৃত সামগ্ৰীৰ বাবে)

.

জাপনীজ য়েন

৭১.৬৫

৬৯.০৫

.

কোৰিয়ান অ’ন

.৪৫

.০৫

 

****

RM/KMN/DB

 

 


(Release ID: 1639283)