প্ৰতিৰক্ষা মন্ত্ৰালয়

চীন-ভাৰতৰ সংঘৰ্ষ সন্দৰ্ভত বিৱৰণ

Posted On: 18 JUN 2020 9:01PM by PIB Guwahati

১৭ জুন ২০২০ত 'নিউয়ৰ্ক টাইমছ'ত প্ৰকাশিত 'In China-India Clash, Two Nationalist Leaders with Little Room to Give' সন্দৰ্ভত এই বিৱৰণ দিয়া হ'ল।

 

এই কথা স্পষ্ট কৰি দিয়া হ'ল যে কোনো ভাৰতীয় সৈন্য কৰ্মৰত অৱস্থাত নিৰুদ্দেশ হৈ থকা নাই।

 

কৰ্ণেল আমান আনন্দ

পিআৰঅ' (আৰ্মি)

 

******



(Release ID: 1632662) Visitor Counter : 99